• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২৪ বছৰ পুৰণি মানহানিৰ গোচৰত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সমাজ কৰ্মী মেধা পাটকাৰক

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 25, 2025 2:59 pm
169
VIEWS
Share on FacebookShare on Twitter

প্ৰবীণ সমাজকৰ্মী মেধা পাটকাৰক দিল্লী আৰক্ষীয়ে শুকুৰবাৰে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই দাখিল কৰা ২৪ বছৰ পুৰণি মানহানিৰ গোচৰত প্ৰবেচন বণ্ড দাখিল নকৰাৰ বাবে গ্ৰেপ্তাৰ কৰে।

পাটকাৰৰ বিৰুদ্ধে দিল্লীৰ আদালতে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱান জাৰি কৰাৰ পিছতে পাটকাৰক গ্ৰেপ্তাৰ কৰা হয়। আদালতত হাজিৰ নোহোৱা, পৰীক্ষামূলক বণ্ড দাখিল কৰাৰ আৰু ১ লাখ টকা জৰিমনা দিয়াৰ পূৰ্বৰ নিৰ্দেশ নমনাৰ বাবে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰা হৈছিল।

২০০০ চনত গুজৰাটৰ স্বেচ্ছাসেৱী সংগঠন নেচনেল কাউন্সিল অৱ চিভিল লিবাৰ্টিজৰ সভানেত্ৰী হৈ থকাৰ সময়তে মেধাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছিল ছাক্সেনাই। তেওঁৰ অভিযোগ আছিল যে মেধাই ২০০০ চনৰ ২৪ নৱেম্বৰত প্ৰেছ বিজ্ঞপ্তিযোগে তেওঁৰ মানহানি কৰিছিল।

চলিত মাহৰ আৰম্ভণিতে অতিৰিক্ত সত্ৰ ন্যায়াধীশ বিশাল সিঙে এই গোচৰত ৭০ বছৰীয়া মেধাক দোষী সাব্যস্ত কৰিছিল। ভাল আচৰণৰ চৰ্তত তেওঁৰ প্ৰবেশ্যন মঞ্জুৰ কৰিছিল। লগতে এক লাখ টকা জৰিমনাও বিহিছিল। বুধবাৰে আদালতত অনুপস্থিত আৰু আদালতৰ নিৰ্দেশ মানি নচলাৰ বাবে তেওঁৰ বিৰুদ্ধে পৰোৱানা জাৰি কৰা হয়।

সাক্সেনাৰ অধিবক্তা গজিন্দৰ কুমাৰে মেধাক ইচ্ছাকৃতভাৱে আইনী দায়িত্ব এৰাই চলাৰ অভিযোগ উত্থাপন কৰিছে। শাস্তি স্থগিত ৰখাৰ বাবে তেওঁৰ আবেদনকো আদালতে ‘ক্ষতিকৰ আৰু তুচ্ছ’ বুলি অভিহিত কৰে।

৩ মে’ৰ পৰৱৰ্তী শুনানিৰ ভিতৰত আদালতৰ নিৰ্দেশ মানি নচলিলে তেওঁৰ শাস্তি পুনৰ বিবেচনা কৰা হ’ব পাৰে বুলি সকীয়াই দিয়া হৈছে।

Recent News

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

সেনাক অপমান মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী জগদীশ দেৱদাৰ

সেনাক অপমান মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী জগদীশ দেৱদাৰ

ন্যায়াধীশ বেলা ত্ৰিবেদীৰ অৱসৰগ্ৰহণ, বিদায় অনুষ্ঠান আয়োজন কৰাৰ পৰা বিৰত থাকিল ছুপ্ৰীম কোৰ্ট বাৰ এছ’চিয়েশ্যন

ন্যায়াধীশ বেলা ত্ৰিবেদীৰ অৱসৰগ্ৰহণ, বিদায় অনুষ্ঠান আয়োজন কৰাৰ পৰা বিৰত থাকিল ছুপ্ৰীম কোৰ্ট বাৰ এছ’চিয়েশ্যন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd