• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, April 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বলিউদ ড্ৰাগছ কাণ্ড : এইবাৰ মুম্বাইৰ গৃহৰ পৰা বলিউদ অভিনেতাক গ্ৰেপ্তাৰ NCBৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 31, 2021 12:27 pm

2 min read

index.jpg
1.3k
VIEWS
Share on FacebookShare on Twitter

বলিউদ ড্ৰাগছ কাণ্ডত জড়িত থকাৰ অভিযোগত নাক’টিকছ কণ্ট্ৰ’ল ব্যু(NCB)এ বুধবাৰে গ্ৰেপ্তাৰ কৰিছে বলিউদৰ আন এগৰাকী অভিনেতাক।

অভিনেতা তথা কালাৰ্ছ টিভিৰ ৰিয়েলিটি শ্ব’ বিগ ব’ছৰ প্ৰাক্তন প্ৰতিদ্বন্দ্বী আইজাজ খানক NCBএ মুম্বাইৰ নিজা বাসগৃহৰ পৰা বুধবাৰে পুৱা ভাগত গ্ৰেপ্তাৰ কৰে।

মংগলবাৰে ৰাজস্থানৰ পৰা বিমানেৰে মুম্বাইৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে NCBএ অভিনেতাগৰাকীক আটক কৰি নিজৰ জিম্মাত লৈছিল।

তদন্তকাৰী সংস্থাটোৰ মতে অভিনেতাগৰাকীৰ মুম্বাইৰ আন্ধ্ৰেৰী আৰু ল’খান্দৱালা এলেকাত থকা বাসগৃহত তালাচী চলাই আলপ্ৰাজ’লাম টেবলেট উদ্ধাৰ কৰাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

NCBৰ মতে ড্ৰাগছ ব্যৱসায়ী শ্বাদব ফাৰুক শ্বেইখ ভাটাটাৰ ছিণ্ডিকেটৰ সৈতেও জড়িত আছে আইজাজ খান।

উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে ২ কিলোগ্ৰাম নিষিদ্ধ মেফেড্ৰ’নসহ শ্বেইখক NCBএ গ্ৰেপ্তাৰ কৰিছিল।

শ্বেইখৰ স্বীকাৰোক্তিৰ ভিত্তিতে তদন্তকাৰী সংস্থাটোৱে খানক মুম্বাইৰ কাৰ্যালয়লৈ নি জেৰা আৰম্ভ কৰিছিল।

ইফালে সাংবাদিকৰ আগত অভিনেতা খানে দাবী কৰে তেওঁক গ্ৰেপ্তাৰ কৰা নাছিল, তেওঁ স্বেচ্ছাই NCBৰ বিষয়াসকলক সাক্ষাৎ কৰিবলৈ আহিছিল।

অভিনেগৰাকীয়ে তেওঁৰ গৃহত উদ্ধাৰ হোৱা নিচাজাতীয় টেবলেটবোৰ তেওঁ পত্নীয়ে মাসনিক অৱসাদত ভুগি থকাৰ বাবে গ্ৰহণ কৰি অহা বুলি দাবী কৰিছে।

উল্লেখ্য যে বলিউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছতে বলিউদৰ বৃহৎ ড্ৰাগছ ৰেকটখন পোহৰলৈ আহে আৰু যোৱা এবছৰে NCBএ ইয়াৰ তদন্ত অব্যাহত ৰাখি বলিউদৰ বহু তাৰকাক জেৰা কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে।

Recent News

Schools_during_COVID19_16

ক’ৰ’নাৰ ভয়াৱহ সংক্ৰমণ : গুৱাহাটীত বন্ধ কৰা হ’ল বহুকেইখন বিদ্যালয়

Covid-test-image-1-1

স্তব্ধ হোৱা নাই অসমত কৰ’নাৰ সংক্ৰমণ; আজি ৰাজ্যখনত পুনৰ ১৩৬৭গৰাকী লোক আক্ৰান্ত

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd