• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰথমে ‘কা’ বাতিল, পাছত ৰাজনৈতিক বিকল্প : বৰষাৰাণী বিষয়া

‘৫ লাখ কিয় এজনো বিদেশী বোজা অসমে নলয়’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 19, 2020 8:21 pm
News 1.00_04_27_21.Still001

দেওবাৰে মহানগৰীত কা' ৰ বিৰুদ্ধে "নাৰীকণ্ঠ' শীৰ্ষক প্ৰতিবাদী সমদলত অভিনেত্ৰী বৰষা ৰাণী বিষয়া। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ৰাজনৈতিক মেৰপাক বুজি নাপাওঁ, শিল্পী হয় গতিকে জাতিৰ হকে মাত মাতিবলৈ ওলাই আহিছো। কিন্তু কাক ভোট দিব বুলি মানুহৰ মনত প্ৰশ্ন হৈছে। কিন্তু এতিয়া মূল বিষয়টো হৈছে কা বাতিল হ’ব লাগে। পাছত কি ৰাজনৈতিক বিকল্প হ’ব সেয়া অসমৰ ৰাইজে সিদ্ধান্ত ল’ব।‘

দেওবাৰে মহানগৰীৰ লতাশিল খেলপথৰাৰ পৰা চান্দমাৰীলৈকে ‘কা’ৰ বিৰুদ্ধে হোৱা ‘নাৰীকন্ঠ’ শীৰ্ষক প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি ৰাজনৈতিক বিকল্প সন্দৰ্ভত এই মন্তব্য কৰে বৰষাৰাণী বিষয়াই।

Apply Now

আনহাতে, অসম চুক্তিক অগ্ৰাহ্য কৰা তথা এই চুক্তি এক ভুল সিদ্ধান্ত আখ্যা দিয়া হিমন্ত বিশ্ব শর্মাক সমালোচনা কৰি বৰষাই কয়, ‘এইটো অতি দুখৰ বিষয়। সেইসময়ত তেওঁৱো উপস্থিত আছিল। অসম চুক্তি ৰূপায়ণ দপ্তৰৰ মন্ত্ৰীও আছিল। অন্তত অসমৰ ৰাইজে দুখ পাইছে। যি নহওঁক ৮৫৫ গৰাকী চহিদে বিদেশী বহিস্কাৰ আন্দোলন কৰিবলৈ আহি প্ৰাণ আহুতি দিছিল।’

News 1.00_01_14_05.Still002
দেওবাৰে মহানগৰীত কা বিৰোধী “নাৰীকণ্ঠ’ শীৰ্ষক প্ৰতিবাদী সমদল। ফটো: নৰ্থইষ্ট নাও

ইপিনে, ‘অসম চুক্তিখন আইনী নথি‘ বুলি মন্তব্য কৰি বৰষাই লগতে কয়, ‘এইখন এনেই পেলাই দিব পৰা বা লৈ ঘুৰি ফুৰা কাগজ নহয়। গতিকে এই চুক্তিখন মানি নলওঁ বুলি কোৱাটো গ্ৰহণযোগ্য নহয়।‘

‘অসমে দশক দশক জুৰি বিদেশীৰ বোজা লৈ আহিছে। সকলোৰে এটাই আশা বিদেশী সমস্যাৰ স্থায়ী সমাধান হ’ব লাগে। তেওঁ এতিয়া ৫ লাখ লোকক সংস্থাপন দিম বুলি কৈ আছে, ৫ লাখ কিয় এজনো বিদেশী বোজা অসমে নলয়,‘-হিমন্ত বিশ্ব শৰ্মাক উভটি ধৰি অভিনেত্ৰীগৰাকীয়ে কয়।

তেওঁ লগতে ‘কা’ৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ অৱ্যাহত থাকিব বুলিও সদৰী কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd