DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

দুৰ্ঘটনাত মৃত্যু গণতন্ত্ৰ দিৱসৰ হিংসাৰ গোচৰত অভিযুক্ত পাঞ্জাৱী অভিনেতা দীপ সিদ্ধুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2022 10:21 am
Deep Sidhu
145
VIEWS
Share on FacebookShare on Twitter

যোৱা বৰ্ষৰ গণতন্ত্ৰ দিৱসৰ হিংসাৰ গোচৰত জামিনত বাহিৰত থকা অভিনেতা দীপ সিদ্ধুৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে। কুণ্ডলী-মানেচাৰ-পালৱাল এক্সপ্ৰেছৱেত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল।

দুৰ্ঘটনাস্থলীত দৃশ্যমান পৰিস্থিতিৰ দ্বাৰা অভিনেতাজনৰ বাহনখনে এখন ট্ৰেইলাৰ ট্ৰাকৰ পিছফালে খুন্দা মৰা বুলি সন্দেহ কৰা হৈছে।

নিহত সিদ্ধু দিল্লীৰ পৰা পঞ্জাৱৰ ভাটিণ্ডালৈ যাত্ৰাৰ সময়তে তেওঁৰ বাহনখনে নিশা ৯:৩০ বজাত এখন ট্ৰেইলাৰ ট্ৰাকত খুন্দা মাৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সিদ্ধুক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয় কৰ্তৃপক্ষই তেওঁক মৃত বুলি ঘোষণা কৰে।

উল্লেখ্য যে সিদ্ধুক যোৱা বছৰ ফেব্ৰুৱাৰীত দিল্লী আৰক্ষীয়ে গণৰাজ্য দিৱসত কৃষকসকলৰ ট্ৰেক্টৰ ৰেলীৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল। গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীৰ মাজতে প্ৰতিবাদ কৃষকসকলে লালকিল্লাত প্ৰৱেশৰ চেষ্টা চলোৱাৰ পিছতে প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছিল।

ইয়াৰ পিছতে সিদ্ধুৱে এপ্ৰিলত জামিন লাভ কৰিছিল যদিও মুক্তি পোৱাৰ ঠিক পিছতে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল। এপ্ৰিলৰ শেষৰ ফালে তেওঁক দ্বিতীয়বাৰৰ বাবে জামিনত মুক্তি দিয়া হৈছিল।

জামিন পালেও আদালতে তেওঁক প্ৰয়োজন অনুসৰি যিকোনো সময়তে সোধা-পোছাৰ বাবে হাজিৰ হ’ব লাগিব বুলি নিৰ্দেশ দিছিল।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নীয়ে টুইট যোগে অভিনেতাজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। “প্ৰখ্যাত অভিনেতা আৰু সমাজকৰ্মী দীপ সিদ্ধুৰ দুৰ্ভাগ্যজনক মৃত্যুৰ বিষয়ে জানি গভীৰ ভাৱে দুখ পাইছো। শোকসন্তপ্ত পৰিয়াল আৰু অনুৰাগীসকলৰ প্ৰতি মোৰ সমবেদনা আৰু প্ৰাৰ্থনা।” চান্নীয়ে টুইটত কয়।

 

Deeply saddened to learn about the unfortunate demise of renowned actor and social activist, #DeepSidhu. My thoughts and prayers are with the bereaved family and fans.

— Charanjit S Channi (@CHARANJITCHANNI) February 15, 2022

পঞ্জাৱৰ বিত্ত মন্ত্ৰী মনপ্ৰীত সিং বাদল আৰু আম আদমী পাৰ্টিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ভগৱন্ত মানেও টুইট যোগে তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

Recent News

“মহিলাক যৌন নিৰ্যাতন চলোৱা সকলো ভাড়াঘৰৰ মালিকক মাৰি খতম কৰি দিব লাগে”:হত্যাত অভিযুক্ত ধৰণী ডেকাৰ বিস্ফোৰণ

“মহিলাক যৌন নিৰ্যাতন চলোৱা সকলো ভাড়াঘৰৰ মালিকক মাৰি খতম কৰি দিব লাগে”:হত্যাত অভিযুক্ত ধৰণী ডেকাৰ বিস্ফোৰণ

মানৱকেন্দ্ৰিক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক,অমানৱীয় উচ্ছেদ বন্ধ কৰক:অসম নাগৰিক সমাজ

মানৱকেন্দ্ৰিক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক,অমানৱীয় উচ্ছেদ বন্ধ কৰক:অসম নাগৰিক সমাজ

Rajya Sabha Secretariat

দুবছৰ বিৰতিৰ পাছত ৰাজ্যসভা সচিবালয়ত উপস্থিতিৰ প্ৰামাণিকৰ বাবে পুনৰ বায়োমেট্ৰিক পদ্ধতি

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd