• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষকে বিষপান কৰাটো কেতিয়াও চিন্তাৰ বিষয় নহয় কিন্তু পিজ্জা খোৱাটোহে বাতৰি : দিলজিৎ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 15, 2020 11:12 am
351
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে যোৱা ২০ দিন ধৰি ধাৰাবাহিকভাৱে দিল্লী সীমান্তৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলৰ সমৰ্থনত পুনৰ এবাৰ মাত দিছে অভিনেতা-গায়ক দিলজিৎ দোছাঞ্জে।

আচলতে, যোৱা সপ্তাহত প্ৰতিবাদকাৰী কৃষকসকলৰ মাজত বিতৰণ কৰা হৈছিল পিজ্জা আৰু এই ফটো ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত।

কৃষক প্ৰতিবাদক সমৰ্থন নকৰা বিজেপি আৰু নৰেন্দ্ৰ মোদীৰ একাংশ সমৰ্থকে এই ফটো সমূহ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি কৃষকৰ প্ৰতিবাদ হাইজেক হোৱা বুলি অভিযোগ কৰিছিল।

চৰকাৰৰ পক্ষত থকা বহুতো লোকে এয়া প্ৰতিবাদ নে ফাইভষ্টাৰ স্পা বুলিও ছ’চিয়েল মিডিয়াত বিক্ষোভ প্ৰদৰ্শন কৰি থকা কৃষকসকলক ইতিকিং কৰা পৰিলক্ষিত হয়।

ছ’চিয়েল মিডিয়াত এনেবোৰ বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পিছতে দিলজিৎ দোছাঞ্জে সমালোচক সকলক উভতি ধৰিছে এটা টুইটেৰে।

টুইটটোত তেওঁ লিখিছে, ‘কৃষকে বিষপান কৰাটো কেতিয়াও চিন্তাৰ বিষয় নহয় কিন্তু পিজ্জা খোৱাটো বাতৰি হৈ গ’ল’।

Shaa Baa Shey 👏🏼

Badaa Didh Dukheya Tuadha Hain ? pic.twitter.com/u16Ti96AlN

— DILJIT DOSANJH (@diljitdosanjh) December 14, 2020

উল্লেখ্য যে, যোৱা সপ্তাহত দিল্লী-হাৰিয়ানাৰ সিংঘু সীমান্তত চৰকাৰৰ বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলৰ মাজত পিজ্জা বিতৰণ কৰিছিল।

কৃষকৰ প্ৰতিবাদক সমালোচনা কৰা লোকসকলক বহুতে উভতি ধৰি কয় যে যেতিয়া দেশৰ কৃষকসকলে ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যা কৰে তেতিয়া আপোনালোকৰ ছ’চিয়েল মিডিয়াৰ একাউণ্টবোৰ কি হয়।

স্মৰ্তব্য যে, দিলজিতে বিক্ষোভ সাৱ্যস্ত কৰি থকা কৃষকসকলৰ শীতৰ কাপোৰ ছুৱেটাৰ, কম্বল আদি কিনি দিয়াৰ ব্যৱস্থা কৰিবলৈ ১ কোটি টকা দান কৰে।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd