• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অস্কাৰ বিজয়ী ‘পেৰাচাইট’ ছবিৰ অভিনেতাৰ মৃত্যু; গাড়ীৰ পৰা উদ্ধাৰ মৃতদেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2023 12:07 pm
অভিনেতা লী ছান কিউ। ফাইল ফটোঃ সংগ্ৰহীত।

অভিনেতা লী ছান কিউ। ফাইল ফটোঃ সংগ্ৰহীত।

3.9k
VIEWS
Share on FacebookShare on Twitter

এখন গাড়ীৰ পৰা মৃত অৱস্থাত উদ্ধাৰ হৈছে ‘পেৰাচাইট’ ছবিৰ অভিনেতা লী ছান কিউক। ২৭ ডিচেম্বৰ (বুধবাৰে)ত ছিউলত গাড়ীখনৰ পৰা উদ্ধাৰ কৰা হয় তেওঁক। অস্কাৰ বিজয়ী ছবিখনত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪৮ বছৰ।

আন্তৰ্জাতিক সংবাদ সংস্থাৰ বাতৰি মতে, এখন পাৰ্কত ৰখাই থোৱা গাড়ীৰ পৰা পেৰাচাইট খ্যাত অভিনেতা লী ছান কিউক অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়। তাৰপিছতে গম পোৱা যায় যে তেওঁৰ মৃত্যু হৈছে।

লগতে পঢ়কঃ নতুন মাইলৰ খুঁটি গঢ়াৰ পথত ইছৰো! কৃষ্ণগহ্বৰ আৰু নিউট্ৰন ষ্টাৰৰ সন্ধানত উৎক্ষেপণ হ’ব XPoSAT

অস্কাৰ বিজয়ী ছবি পেৰাচাইটত তেওঁ অতি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল। অৱশ্যে যোৱা কেইমাহমানৰ পৰা তেওঁ সেই দেশত আন এক কাৰণত চৰ্চালৈ আহিছিল। তেওঁৰ নাম এক অবৈধ ড্ৰাগছৰ গোচৰত জড়িত হৈছিল। বৰ্তমান তাৰেই তদন্ত চলি আছিল।

ইপিনে, ২৭ ডিচেম্বৰ বুধবাৰে তেওঁক এখন গাড়ীত মৃত অৱস্থাত উদ্ধাৰ হয়। এই কথা দেশখনৰ ইয়োনহাপ সংবাদ সংস্থাই প্ৰকাশ কৰিছে। ইয়াৰ পিছতে তেওঁৰ পত্নীয়ে আৰক্ষীৰ সৈতে যোগাযোগ কৰে কিয়নো অভিনেতাজনৰ পৰা এটা নোট উদ্ধাৰ হয় যিখন চুইচাইড নোট বুলি ধাৰণা কৰা হৈছে।

ইয়োনহাপ এজেন্সীয়ে প্ৰকাশ কৰা অনুসৰি লীৰ পত্নীয়ে কয় যে অভিনেতাজন ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত তেওঁ এই নোট পাইছিল।

লগতে পঢ়কঃ পৰিৱেশ ৰক্ষাত চিগাৰেটৰ পেলনীয়া টুকুৰা! বিজ্ঞানীৰ চমক, কেনেকৈ সম্ভৱ?

১৯৭৫ চনত জন্মলাভ কৰিছিল লী ছান কিউৱে। পেৰাচাইটত তেওঁ ধনী পিতৃৰ চৰিত্ৰত অভিনয় কৰিছিল। দক্ষিণ কোৰিয়াৰ আন কেইবাখনো ছবি যেনে হেল্পলেছ, অল এবাউট মাই ৱাইফ আদিত তেওঁ অভিনয় কৰিছে। কোৰিয়াৰ প্ৰথম অৰিজিনেল ছিৰিজ ডক্টৰ ব্ৰেনেতো কাম কৰিছিল। ২০২১ চনত সেইখন মুক্তি পাইছিল।

Recent News

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd