• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পৰিৱেশ ৰক্ষাত চিগাৰেটৰ পেলনীয়া টুকুৰা! বিজ্ঞানীৰ চমক, কেনেকৈ সম্ভৱ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2023 11:19 am
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বজুৰি কাৰ্যকৰী, পুনৰ্নবীকৰণযোগ্য আৰু পৰিৱেশ অনুকূল শক্তিৰ সন্ধান চলিছে। মানুহে ক্ৰমান্বয়ে পৰম্পৰাগত শক্তিৰ উৎসৰ ব্যৱহাৰৰ পৰা আঁতৰি আহিছে। তেনে এক পৰিষ্কাৰ ইন্ধনৰ উৎস হ’ল বায়’ডিজেল। বায়’ডিজেল জৈৱিক সামগ্ৰী যেনে খাব পৰা আৰু অখাদ্য তেল, পশুৰ চৰ্বি আৰু ৰেষ্টুৰেণ্টৰ পেলনীয়া গ্রীজৰ পৰা তৈয়াৰ কৰা হয়। ই পুনৰ্নবীকৰণযোগ্য আৰু পৰিৱেশ অনুকূল।

অৱশ্যে বায়’ডিজেলৰ মূল্য অতি বেছি। সেয়েহে ইয়াৰ গ্ৰহণযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন হৈছে। বিজ্ঞানীসকলে কৈছে যে এই সমস্যাৰ সমাধান হ’ল চিগাৰেট বা অধিক নিৰ্দিষ্টভাৱে ক’বলৈ গ’লে চিগাৰেটৰ বাট, অৰ্থাৎ ধূমপায়ীসকলে ধূমপান কৰাৰ পিছত পেলোৱা অংশটো।

এতিয়ালৈকে চিগাৰেটৰ বাটক পৰিৱেশ প্ৰদূষক হিচাপে গণ্য কৰা হৈছিল। কিন্তু, বিজ্ঞানীসকলৰ মতে, চিগাৰেটৰ পেলনীয়া টুকুৰাই বায়’ডিজেলৰ খৰচ কমোৱাত সহায় কৰিব পাৰে।

Apply Now

লগতে পঢ়কঃ নতুন মাইলৰ খুঁটি গঢ়াৰ পথত ইছৰো! কৃষ্ণগহ্বৰ আৰু নিউট্ৰন ষ্টাৰৰ সন্ধানত উৎক্ষেপণ হ’ব XPoSAT

পূৰ্বৰ গৱেষণাৰ পৰা দেখা গৈছে যে ট্ৰাইগ্লিচাৰাইড ট্ৰাইএচিটিনৰ দৰে ৰাসায়নিক পদাৰ্থ যোগ কৰিলে বায়’ডিজেলৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। কিন্তু ট্ৰাইএচিটিন উৎপাদন পৰিৱেশৰ বাবে অত্যন্ত বিপদজনক। ইয়াত প্ৰচুৰ পৰিমাণে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয় আৰু বহু বিষাক্ত আৱৰ্জনা উৎপন্ন হয়।

কিন্তু লিথুৱেনিয়াৰ কাউনছ ইউনিভাৰ্চিটি অৱ টেকন’লজিৰ বিজ্ঞানীসকলে লিথুৱেনিয়ান এনাৰ্জি ইনষ্টিটিউটৰ সহযোগত চিগাৰেটৰ বাট ব্যৱহাৰ কৰি ট্ৰাইএচিটিন উৎপাদনৰ নতুন উপায় বিচাৰি উলিয়াইছে।

তেওঁলোকৰ গৱেষণাৰ বিষয়ে এটা প্ৰবন্ধ জাৰ্নেল অৱ এনালাইটিকেল এণ্ড এপ্লাইড পাইৰ’লাইছিছত প্ৰকাশ পাইছে। গৱেষণা পত্ৰখনৰ মুখ্য লেখক ছেমি ইউছেফে কয় যে, “আমাৰ গৱেষণাত আমি পুনঃব্যৱহাৰ আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ সৈতে জড়িত। গতিকে আমি সদায় পেলনীয়া সামগ্ৰী বিচাৰো। চিগাৰেট তিনিটা উপাদানৰে তৈয়াৰ কৰা হয় – ধঁপাত, কাগজ আৰু চেলুল’জ এচিটেট আঁহেৰে নিৰ্মিত এটা ফিল্টাৰ। বহু সংস্থাই চিগাৰেটৰ বাট সংগ্ৰহ কৰে। গতিকে তেওঁলোকৰ পৰা এই পেলনীয়া সামগ্ৰী সংগ্ৰহ কৰাটো সহজ আছিল।”

লগতে পঢ়কঃ ভাৰতীয় আৰক্ষী সেৱাৰ পৰা পদত্যাগ লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ

তেওঁ কয় যে পাইৰ’লাইছিছ প্ৰক্ৰিয়াত তেওঁলোকে ৬৫০, ৭০০ আৰু ৭৫০ ডিগ্ৰী চেলছিয়াছত চিগাৰেটৰ বাট তাপ দি পচাইছিল। কেইবাটাও পৰীক্ষা-নিৰীক্ষাৰ অন্তত তেওঁলোকে জানিব পাৰিলে যে ৭৫০ ডিগ্ৰী চেলছিয়াছত ৪৩% ট্ৰাইএচিটিনযুক্ত যৌগ গঠন হয়। এই যৌগটোৱেই খৰচ কমাবলৈ বায়’ডিজেলত সংযোজন হিচাপে ব্যৱহাৰ কৰিব পাৰি। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd