• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভিনেত্ৰী মিষ্টি মুখাৰ্জীৰ মৃত্যুৰ পিছতে প্ৰশ্ন উঠিছে Keto ডায়েটকলৈ, কি এই keto ডায়েট?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 5, 2020 9:45 am
a misti-mukherjee-
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউড তথা বংগৰ ছবি জগতৰ অভিনেত্ৰী মিষ্টি মুখাৰ্জীৰ অকাল বিয়োগৰ সৈতে এতিয়া জৰিত হৈ পৰিছে এবিধ বিশেষ ডায়েটৰ নাম।

অভিনেত্ৰী মিষ্টি মুখাৰ্জীয়ে মৃত্যুৰ আগলৈকে গ্ৰহণ কৰি আছিল keto ডায়েট।

Apply Now

এই বিশেষ ডায়েটৰ বাবেই অভিনেত্ৰী গৰাকীৰ দুয়োটা কিডনি বিকল হৈ পৰিছিল আৰু তেওঁ মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল বুলি চিকিৎসকে প্ৰকাশ কৰিছে।

কিন্তু কি এই keto ডায়েটিং ? শৰীৰৰ বাবে কেতিয়াবা কিয় মাৰাত্মক হৈ পৰিব পাৰে  keto ডায়েট?

সমগ্ৰ বিশ্বতে এতিয়া জনপ্ৰিয় হৈ পৰা keto ডায়েট হৈছে খাদ্য নিৰ্বাচনৰ এনে এক পদ্ধতি যি ডায়েট কৰিলে অতি কম দিনতে শৰীৰৰ ওজন হ্ৰাস পায়।

এই ডায়েটত ওজন বৃদ্ধি কৰা কাৰ্বহাইড্ৰেটে জাতীয় খাদ্যৰ সলনি উচ্চ প্ৰ’টিন  যুক্ত খাদ্য গ্ৰহণত গুৰুত্ব দিয়া হয়।

কাৰ্বহাইড্ৰেট জাতীয় খাদ্য খোৱা বন্ধ কৰি উচ্চ চৰ্বি আৰু প্ৰ’টিন যুক্ত খাদ্য যেনে তেলাল মাছ, মাংস, কণী, বাটাৰ,উচ্চ চৰ্বিযুক্ত ফল-মূল,ডেইৰীৰ চৰ্বিযুক্ত খাদ্য, তেল থকা ফল যেনে বাদাম আদি খোৱাৰ পৰামৰ্শ দিয়া হয়।

ইয়াৰ বিপৰীতে ভাত,ৰুটি,মিঠা বস্তু আদি কাৰ্বহাইড্ৰেট থকা খাদ্য গ্ৰহণ কৰাটো বন্ধ কৰা হয়।

ইয়াৰ ফলত দেহত কাৰ্বহাইড্ৰেটৰ মাত্ৰা কমি যায় আৰু চৰ্বি তথা প্ৰ’টিনৰ মাত্ৰা বাঢ়ি যায়।

লিভাৰত কেটনছ নামৰ এবিধ পদাৰ্থৰ সৃষ্টি হয়  আৰু সেই পদাৰ্থই শক্তিৰ যোগান ধৰিবলৈ আৰম্ভ কৰে।

ওজন কমোৱা, ডায়েবেটিছৰ চিকিৎসাত keto ডায়েট উপকাৰী যদিও দেহত  প্ৰ’টিনৰ মাত্ৰা অত্যধিক বৃদ্ধি পোৱাৰ ফলত কিডনিত ইয়াৰ প্ৰভাৱ পৰে বুলি চিকিৎসক সকলে কৈ আহিছে।

অভিনেত্ৰী মিষ্টিৰ ক্ষেত্ৰতো অত্যধিক প্ৰ’টিনেই কিডনিৰ বাবে কাল হ’ল বুলি চিকিৎসকে মন্তব্য কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd