• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কংগ্ৰেছক বিদায় জনায় এইবাৰ শিৱসেনাত যোগদান বলিউদ অভিনেত্ৰী উৰ্মিলা মাতণ্ডকাৰৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 1, 2020 5:29 pm

1 min read

কংগ্ৰেছক বিদায় জনায় এইবাৰ শিৱসেনাত যোগদান বলিউদ অভিনেত্ৰী উৰ্মিলা মাতণ্ডকাৰৰ

শিৱসেনাত যোগদানৰ মুহুৰ্তত উৰ্মিলা

183
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী তথা ৰাজনৈতিক নেত্ৰী উৰ্মিলা মাতণ্ডকাৰে মঙলবাৰে শিৱসেনাত আনুষ্ঠানিকভাৱে যোগদান কৰে।

মঙলবাৰে বলিউদৰ অভিনেত্ৰী উৰ্মিলাই মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰেৰ উপস্থিতিত আনুষ্ঠানিকভাৱে শিৱসেনাত যোগদান কৰে।

শিৱসেনাত যোগদানৰ পূৰ্বে বিগত লোকসভা নিৰ্বাচনৰ সময়ত অভিনেত্ৰী গৰাকীয়ে কংগ্ৰেছত যোগদান কৰিছিল।

২০১৯ লোকসভা নিৰ্বাচনত উৰ্মিলাই কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে উত্তৰ মুম্বাই সমষ্টিৰ পৰা প্ৰতিদ্বিন্দ্বিতা আগবঢ়াইছিল।

নিৰ্বাচনত উৰ্মিলাই বৰ্তমানৰ সাংসদ গোপাল ছেট্টীৰ বিৰুদ্ধে বিশাল ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰিবলগীয়া হৈছিল।

বিগত ছেপ্তেম্বৰ মাহত  উৰ্মিলাই কংগ্ৰেছৰ আভ্যন্তৰীণ লেতেৰা ৰাজনীতিক দোষাৰোপ কৰি কংগ্ৰেছ দল ত্যাগ কৰিছিল।

আনহাতে, আজি আনুষ্ঠানিকভাৱে শিৱসেনাত যোগদান কৰাৰ পাছত উৰ্মিলাই উদ্ধৱ থাকৰেৰ নেতৃত্বত মহাৰাষ্ট্ৰত পূৰ্ণ বিকাশ হোৱাৰ লগতে মহিলাৰ নিৰাপত্তা আৰু সবলীকৰণ সুনিশ্চিত হ’ব বুলি মত ব্যক্ত কৰে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd