DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰধান মন্ত্ৰী আৰু মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ অভিনেতা বিকি কৌশলৰ ১ কোটি টকাৰ সাহায্য

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2020 7:32 pm
Bike

প্ৰধান মন্ত্ৰীৰ সৈতে অভিনেতা বিকি কৌশল

2.2k
VIEWS
Share on FacebookShare on Twitter

উৰি, মাচান, জুবান, ৰমন ৰাঘৱ, ৰাজি আদি জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰা বলিউদৰ জনপ্ৰিয় অভিনেতা বিকি কৌশলে প্ৰধান মন্ত্ৰী সাহায্য পুঁজি আৰু মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ এক কোটি টকাৰ সাহায্য আগবঢ়াইছে।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা সমগ্ৰ দেশে একগোট হৈ যুঁজাৰ বাবেই বিকিয়ে এই সাহায্য আগবঢ়াই বুলি কয়।

‘‘ এই সময়ত আমি সকলোৱে একেলগে আছো আৰু আমি একেলগে বিজয়ী হ’ম,’’ বিকিয়ে লিখে।

বলিউদৰ আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটেও প্ৰধান মন্ত্ৰী আৰু মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়াই চিকিৎসা আৰু দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত সেৱা আগবঢ়াই থকা লোক সকলক ধন্যবাদ জ্ঞাপন কৰি জনসাধাৰণক ঘৰৰ ভিতৰত থাকি সুস্থ হৈ থাকিবলৈ অনুৰোধ জনায়।

উল্লেখযোগ্য যে, অভিনেতা অক্ষয় কুমাৰকে ধৰি বহু কেইগৰাকী বলিউদৰ শিল্লী কলা-কুশলীয়ে ক’ৰ’নাৰ বিৰুদ্ধে যঁজাৰ বাবে প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান আগবঢ়াইছে।

Tags: COVID19

Recent News

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

অসমীয়াৰ মননশীলতা

অসমীয়াৰ মননশীলতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd