DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ বানপানীৰ বাবে অভিনেত্ৰী সীমা বিশ্বাসে আগবঢ়ালে ৫ লাখ টকাৰ বৰঙণি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 21, 2019 6:49 am
WhatsApp-Image-2019-07-20-at-6.22.34-PM-750x430

মুম্বাইৰ অসম ভৱনৰ আৱাসিক আয়ুক্তগৰাকীৰ হাতত সীমা বিশ্বাসে অসমৰ বানপানীলৈ আগবঢ়াইছে ৫ লাখ টকাৰ চেক।

658
VIEWS
Share on FacebookShare on Twitter

বানৰ কবলত পৰি অসমৰ ৰাইজৰ দুৰ্দশাৰ মাজতে দেশৰ বহু তাৰকাই সাহায্য আগবঢ়াই বদান্যতা প্ৰকাশ কৰিছে। চলচ্চিত্ৰ তথা থিয়েটাৰ জগতৰ বলিষ্ঠ অভিনেত্ৰী অসম কন্যা সীমা বিশ্বাসে শনিবাৰে অসমৰ মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ লাখ টকাৰ বৰঙণি আগবঢ়াইছে।

অসমৰ নলবাৰীৰ পৰা ভাৰতীয় চলচ্চিত্ৰ তথা থিয়েটাৰ জগতত বিশেষ প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা সীমা বিশ্বাসক শ্বেখৰ কাপুৰৰ ‘বেণ্ডিট কুইন’ ছবিখনত ফুলন দেবীৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সকলোৱে প্ৰশংসা কৰি আহিছে।

সীমা বিশ্বাসে ‘বেণ্ডিট কুইন’ ছবিখনত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল। তদুপৰি, সীমাই বলিউদৰ বহুকেইখন চলচ্চিত্ৰত বিভিন্ন চৰিত্ৰৰ অভিনয় ৰূপায়ন কৰি দৰ্শকৰ অন্তৰত সাঁচ বহুৱাবলৈ সক্ষম হৈছে।

ইতিমধ্যে, বিশিষ্ট ছবি পৰিচালিকা ৰীমা দাসেও মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ লাখ টকাৰ অনুদান আগবঢ়াইছে। তদুপৰি, বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়েও অসমৰ বানাক্ৰান্ত সকলৰ বাবে ১ লাখ টকাৰ সাহায্য আগবঢ়ায়।

উল্লেখযোগ্য যে বড়োচা সমন্বয় বঁটাত বিশিষ্ট সাহিত্যিকগৰাকীয়ে ১ লাখ টকাৰ মাননি লাভ কৰিছিল। আৰু তেওঁ বঁটাত লাভ কৰা এই মাননি অমসৰ বানপীড়িত ৰাইজৰ বাবে আগবঢ়ায়।

ইপিনে, চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰোয়েলছৰ হৈ খেলি দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰা ভাৰতৰ উদীয়মান ক্ৰিকেটাৰ তথা অসম সন্তান ৰিয়ান পৰাগেও মুখ্য মন্ত্ৰী বান সাহায্য পুঁজিলৈ ১ লাখ টকা বৰঙণি হিচাপে আগবঢ়ায়।

Recent News

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

ৰাস্তাৰ মাজতে মহিলা অধিবক্তাক উপৰ্যুপৰি ‘লাথি-চৰ, ভুকু’; সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো! (ভিডিঅ’)

ৰাস্তাৰ মাজতে মহিলা অধিবক্তাক উপৰ্যুপৰি ‘লাথি-চৰ, ভুকু’; সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো! (ভিডিঅ’)

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd