• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শংকিত! কৃষক বিক্ষোভৰ বিৰুদ্ধে বিজ্ঞাপনী প্ৰচাৰ আদানি গোষ্ঠীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 19, 2020 9:49 am

1 min read

WhatsApp Image 2020-12-19 at 9.14.15 AM

কৃষক বিক্ষোভ।

4.5k
VIEWS
Share on FacebookShare on Twitter

কৃষক বিক্ষোভৰ বিৰুদ্ধে ওলোটাই বিজ্ঞাপনী প্ৰচাৰত নামিছে আদানি গোষ্ঠী। পঞ্জাৱকে ধৰি উত্তৰ ভাৰতৰ বিভিন্ন প্ৰকাশন সংস্থাত বিজ্ঞাপন দি ন্যস্ত স্বাৰ্থান্বেষীসকলে কৃষকৰ মংগলৰ বাবে কাম কৰা এটা সংস্থাক অপবাদ দিয়া বুলি দাবী কৰিছে।

আদানি গোষ্ঠীয়ে পঞ্জাৱৰ বিভিন্ন কাকতত পৃষ্ঠাজোৰা বিজ্ঞাপন দিছে। এই বিজ্ঞাপনৰ জৰিয়তে ভুৱা প্ৰচাৰৰ বিৰুদ্ধে সাধাৰণ জনতাক কণ্ঠ তুলি ধৰাৰ আহ্বান জনোৱা হৈছে।

আদানি গোষ্ঠীৰ মতে আন্দোলনত কৃষকসকলে ভুৱা প্ৰচাৰ চলাইছে। আদানিয়ে প্ৰত্যক্ষভাৱে কৃষকসকলৰ পৰা শস্য ক্ৰয় কৰি মজুত কৰা বুলি কোৱা হৈছে।

তদুপৰি, কৃষিৰ বাবে চুক্তিৰ নামত কৃষকসকলক শোষণ কৰা বুলি যি অবিযোগ তোলা হৈছে তাৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আদানিয়ে।

সেইদৰে বিশাল পৰিমানৰ কৃষিভূমি আদানি আদিয়ে অধিগ্ৰহণ কৰা বুলি তোলা অভিযোগৰো প্ৰত্যুত্তৰ দিয়া হৈছে।

আদানি গোষ্ঠীয়ে কৈছে যে চৰ্ত অনুসৰি তেওঁলোকৰ মাজত কোনো অনিশ্চয়তা নাই যিটো শস্য মজুত থাকিব সেয়া ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়াৰ।

আনহাতে, আদানি গোষ্ঠীয়ে জানিবলৈ দিছে যে এই উদ্যোগ গোষ্ঠীয়ে কৃষকসকলৰ পৰা শস্য ক্ৰয় নকৰে আৰু তাৰ মূল্যও নিৰ্দ্ধাৰণ নকৰে। তেওঁলোকৰ সংস্থা বিমানবন্দৰকে ধৰি বিভিন্ন ব্যৱসায়ত জড়িত।

কৃষকসকলে আন্দোলনৰ লগতে কৰ্পোৰেট গোষ্ঠীৰ বিৰুদ্ধেও সৰৱ হৈছে। বিশেষকৈ আম্বানি-আদানি গোষ্ঠীৰ বিৰুদ্ধে। কৃষক বিক্ষোভে এই দুয়োটা গোষ্ঠীকে যে শংকিত কৰি তুলিছে তাত সন্দেহ নাই।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd