• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আধাৰ কাৰ্ড বাধ্যতামূলক! আধাৰ নহ’লে নাপাব কেন্দ্ৰীয় চৰকাৰৰ সাহায্য

এন ই নাও নিউজ by এন ই নাও নিউজ
January 18, 2020 3:40 pm
New-Aadhar-Card-Apply-1140x570-750x375

প্ৰতিনিধিত্বমূলক ফটো

6.3k
VIEWS
Share on FacebookShare on Twitter

এতিয়াৰে পৰা যিকোনো কেন্দ্ৰীয় চৰকাৰৰ সাহায্য লাভ কৰিবলৈ হ’লে আধাৰ কাৰ্ড দেখুৱাব লাগিব।

দেশত কেতিয়াবা কোনো সাম্প্ৰদায়িক সংঘৰ্ষ বা মাওবাদীসকলৰ হিংসা, সীমান্তৰ সিপাৰৰ গুলিয়াগুলী তথা খনি বা আই ডি বিস্ফোৰণত আক্ৰান্তসকলৰ পৰিয়ালৰ সদস্যৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক।

ইয়াৰ অবিহনে কেন্দ্ৰই কোনোধৰণৰ আৰ্থিক সাহায্য প্ৰদান নকৰে।

কেন্দ্ৰৰ তৰফৰ পৰা শুকুৰবাৰে এই কথা স্পষ্ট কৰি জাৰি কৰা এক বিজ্ঞপ্তিত কোৱা হৈছে যে সন্ত্ৰাসবাদী বা মাওবাদী আক্ৰমণ তথা সাম্প্ৰদায়িক সংঘৰ্ষত আক্ৰান্ত পৰিয়ালে কেন্দ্ৰীয় চৰকাৰৰ সাহায্য লাভ কৰিবলৈ হ’লে এইবাৰৰ পৰা আধাৰ কাৰ্ড বাধ্যতামূলক।

অৱশ্যে, অসম আৰু মেঘালয়ক বাদ দি দেশৰ সকলো ৰাজ্য তথা সকলো কেন্দ্ৰীয় শাসিত অঞ্চলতে এই নিয়ম প্ৰযোজ্য হ’ব।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চন আঁচনিৰ সৈতে আধাৰ সংযোগ বাধ্যতামূলক কৰা হৈছিল।

আধাৰ কাৰ্ড বাধ্যতামূলক কৰাক লৈ উচ্চতম ন্যায়ালয়েও আনকি আধাৰ বাধ্যতামূলক নহয় বুলি ৰায় দিছে। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিত কেন্দ্ৰই বিচাৰিলে সেয়া বাধ্যতামূলক কৰিব পাৰে বুলি দিয়া ৰায়টোৰ আঁত ধৰি কেন্দ্ৰীয় চৰকাৰে চৰকাৰী সাহায্যৰ ক্ষেত্ৰত আধাৰ বাধ্যতামূলক কৰাৰ চেষ্টা চলাইছে।

Recent News

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd