• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিজিটেল প্লেটফৰ্মত মুক্তিৰ বাবে সাজু আদিল হুছেইন অভিনীত ‘মীল’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 11, 2020 11:55 am

1 min read

meal-
1.7k
VIEWS
Share on FacebookShare on Twitter

ডিজিটেল মিডিয়া প্লেটফৰ্মত মুক্তিৰ বাবে সাজু হৈ উঠিছে অসমৰ আদিল হুছেইন অভিনীত এখন বতিক্রমধর্মী চুটি ছবি ‘মীল’।

যুৱ ছবি নিৰ্মাতা অভিৰূপ বাসুৰ পৰিচালিত ছবিখন অহা ১৬ ফেব্ৰুৱাৰিত মুবি ইণ্ডিয়া (MUBI India)ত মুক্তি লাভ কৰিব।

এনে ধৰণৰ কলাত্মক চিনেমা মুক্তি দিয়া মুবিয়ে একমাত্ৰ ডিজিটেল মাধ্যম।

অনলাইনযোগে চোৱাৰ উপৰি চিনেমাখনৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনাও কৰিব পৰা যায়।

আদিল হুছেইন অভিনীত মীল ছবিখনে যোৱা বছৰৰ জুলাই মাহত অটোৱা ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

১১ মিনিটৰ এই চুটি ছবিখনে ইয়াৰ ঠিক এমাহ পিছতেই অৰ্থাৎ আগষ্ট মাহত দেনমাৰ্কৰ অস্কাৰ কোৱালিফায়িং অদেনছে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত অন্তৰ্ভুক্ত হৈছিল।

উল্লেখ্য যে ফিল্ম ফেষ্টিভেলৰ বাবে নিৰ্বাচিত হোৱা মীল ছবিখনেই একমাত্ৰ ভাৰতীয় চুটি ছবি। ছবিখন প্ৰদৰ্শিত হৈছিল মূল প্ৰতিযোগিতাত।

অভিৰূপ বাসুৱে লিখা ছবিখনত আদিল হুছেইনৰ উপৰি ৰত্নাৱলী ভট্টাচাৰ্যী আৰু অৰুণ মুখপাধ্যই অভিনয় কৰিছে।

Recent News

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

brazil-1

উৰিবলৈ লোৱাৰ সময়তে ৰাণৱেত দপদপাই জ্বলি উঠিল বিমান: খেলুৱৈসহ নিহত বহুজন

WhatsApp Image 2021-01-25 at 10.33.45 AM

বেলতলা জামে মছজিদত অচিনাকি যুৱকৰ দলে নামাজ পঢ়াক লৈ উত্তেজনা; ৯জনক আটক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd