• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল : ডিফু মেডিকেল কলেজত শীঘ্ৰে আৰম্ভ হ’ব নামভৰ্তিৰ ব্যৱস্থা

থাকিব জনজাতিকৰণ বিচৰা ৬ জনগোষ্ঠীৰ শৈক্ষিক আসন সংৰক্ষণৰ ব্যৱস্থা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 31, 2020 1:31 pm
Himanta Biswa Sarmah (1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত সম্বোধন কৰে এখন সংবাদমেল। কোভিড পৰিস্থিতিৰ পৰা আৰম্ভ কৰি আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মন্ত্ৰী গৰাকীয়ে  কেতবোৰ অতি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলতে উল্লেখ কৰে যে শীঘ্ৰে ডিফু মেডিকেল কলেজত নাম ভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা  হ’ব।ডিফু মেডিকেল কলেজত ১০০ খন আসন থাকিব বুলি তেওঁ প্ৰকাশ কৰে।

কেবিনেট সিদ্ধান্ত অনুসৰি নামভৰ্তিৰ ক্ষেত্ৰত জনজাতিকৰণ বিচৰা ৬ জনগোষ্ঠীৰ শৈক্ষিক আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

Apply Now

কোচ ৰাজবংশীৰ বাবে  মেডিকেলৰ ৮ খন আসন সংৰক্ষণ কৰা হৈছে বুলি তেওঁ কয়।  একেদৰে ৫ খন আসন আহোম জনগোষ্ঠীৰ বাবে , ৪ খন আসন চুতীয়াৰ বাবে আসন সংৰক্ষণ কৰা হৈছে।

অহা ২২ নৱেম্বৰত অৰুণোদয় আঁচনিৰ শুভাৰম্ভ হ’ব বুলি উল্লেখ কৰি মন্ত্ৰী হিমন্ত বিশ্বই কয় যে  ইতিমধ্যে হিতাধিকাৰী চিনাক্তকৰণ হৈ গৈছে। এই ক্ষেত্ৰত  মিছা তথ্যৰে যদি  কোনোৱাই নাম অন্তৰ্ভুক্ত কৰে তেন্তে  তেনে লোকক অপৰাধী হিচাপে গণ্য কৰা হ’ব বুলি তেওঁ সকিয়াই দিয়ে।

অৰুণোদয় প্ৰাপ্ত লোকৰ ঘৰৰ সন্মুখত অৰুনোদইৰ logo লগোৱা হ’ব। ২০ লাখ পৰিয়ালৰ ঘৰৰ ভিতৰত এই logo লগোৱা হ’ব বুলি তেওঁ উল্লেখ কৰে।

এই আঁচনিৰ বাবে এতিয়ালৈ ৬৬% হিতাধিকাৰীৰ নাম চৰকাৰৰ হাতলৈ আহিছে বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে।

এইবাৰ অসমত MBBS ৰ  আসন ১০০০ খন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে তেওঁ যেতিয়া প্ৰথম স্বাস্থ্য মন্ত্ৰী আছিল  মাত্ৰ ৩৫০ খন আসন ।

উল্লেখ্য কাইলৈৰ পৰা চাহবাগিচাত ১১৯ খন হাইস্কুল নিৰ্মাণৰ কাম আৰম্ভ হ’ব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইএই বিদ্যালয় সমূহৰ  আধাৰশিলা স্থাপন কৰিব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd