• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যসভাৰ ৩২ শতাংশ সাংসদৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ, ১৪ শতাংশ কোটিপতি

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 19, 2026 5:49 pm
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ (এডিআৰ) এক প্ৰতিবেদন অনুসৰি ৰাজ্যসভাৰ বৰ্তমান প্ৰায় ৩২শতাংশ সাংসদে তেওঁলোকৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ থকাৰ কথা ঘোষণা কৰাৰ বিপৰীতে ১৪ শতাংশ সাংসদ কোটিপতি।

ৰাজ্যসভাৰ ২৩৩ গৰাকী সাংসদৰ ভিতৰত ২২৯ গৰাকীৰ শপতনামাৰ বিশ্লেষণৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। বৰ্তমান ঝাৰখণ্ডৰ পৰা এখন আসন খালী হৈ থকাৰ বিপৰীতে তিনিজন সাংসদৰ শপতনামা উপলব্ধ নাছিল। এই বিশ্লেষণত শেহতীয়াকৈ নিৰ্বাচিত হোৱা ৩৭ জন সদস্যকো অন্তৰ্ভুক্ত কৰা হৈছে।

Apply Now

তেওঁলোকে বিশ্লেষণ কৰা ২২৯ জন সাংসদৰ ভিতৰত ৭৩ জনে (৩২%) অপৰাধমূলক গোচৰৰ কথা ঘোষণা কৰিছে, ইয়াৰে ৩৬ জন (১৬%) সাংসদৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আছে। এজন সাংসদে হত্যাৰ গোচৰৰ কথা ঘোষণা কৰিছে, চাৰিজনৰ বিৰুদ্ধে আছে হত্যাৰ চেষ্টাৰ গোচৰ, তিনিজনৰ বিৰুদ্ধে আছে মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় গোচৰ আছে।

দলভিত্তিকভাৱে বিজেপিৰ ৯৯ জন সাংসদৰ ভিতৰত ২৭ জন, কংগ্ৰেছৰ ২৮ জন সাংসদৰ ভিতৰত ১২ জন, তৃণমূল কংগ্ৰেছৰ ১৩ জন সাংসদৰ ভিতৰত ৪ জন, আপৰ ১০ জন সাংসদৰ ভিতৰত ৪ জন সাংসদে অপৰাধমূলক গোচৰৰ কথা ঘোষণা কৰিছে। চিপিআই(এম) আৰু বিআৰএছৰ তিনিজনকৈ সাংসদে অপৰাধমূলক গোচৰৰ তথ্য প্ৰকাশ কৰিছে। প্ৰতিবেদনত ৩১ জন সাংসদৰ (১৪%) কৌটি কোটি টকাৰ সম্পত্তি থকাৰ তথ্যও পোৱা গৈছে।

প্ৰধান দলসমূহৰ ভিতৰত বিজেপিৰ ছয়জন সাংসদ, কংগ্ৰেছৰ ৫জন সাংসদ, ৱাইএছআৰচিপিৰ চাৰিজন সাংসদ, আপৰ দুজন সাংসদ, বিআৰএছৰ দুজন সাংসদ, এনচিপিৰ তিনিজন সাংসদে ১০০ কোটিতকৈ অধিক সম্পত্তি ঘোষণা কৰিছে। ৰাজ্যসভাৰ এগৰাকী সাংসদৰ গড় সম্পত্তি ১২০.৬৯ কোটি টকা।

প্ৰধান দলসমূহৰ ভিতৰত প্ৰতিজন সাংসদৰ গড় সম্পত্তি বিজেপিৰ ২৮.২৯ কোটি, কংগ্ৰেছৰ ১২৮.৬১ কোটি, টিএমচিৰ ১৭.৭০ কোটি, আৰু আপৰ ৫৭৪.০৯ কোটি টকা। আন আন দলসমূহৰ ভিতৰত আছে ৱাই এছ আৰ চি পি (৫২২.৬৩ কোটি টকা), এছ পি (৩৯৯.৭১ কোটি টকা), বিজেডি (১০৫.৬৩ কোটি টকা), আৰু ডি এম কে (১১.৯০ কোটি টকা)।

বি আৰ এছৰ সাংসদ বন্দী পাৰ্থ সাৰাধিয়ে সৰ্বাধিক ৫৩০০ কোটি টকাতকৈ অধিক সম্পত্তি ঘোষণা কৰিছে, তাৰ পিছতে আপৰ ৰাজিন্দৰ গুপ্তাই ৫,০৫৩ কোটি টকাতকৈ অধিক, আৰু ৱাই এছ আৰ চি পিৰ আল্লা অযোধ্যা ৰামি ৰেড্ডীয়ে ২,৫৭৭ কোটিৰো অধিক সম্পত্তি ঘোষণা কৰিছে।

আনহাতে, আপৰ সাংসদ সন্ত বলবীৰ সিং আটাইতকৈ দৰিদ্ৰ সাংসদ, তেওঁৰ আছে প্ৰায় ৩ লাখ টকাৰ সম্পত্তি। তেওঁৰ পিছতে মণিপুৰৰ মহাৰাজা সনাজাওবা লেইচেম্বাই প্ৰায় ৫ লাখ টকা, আৰু টিএমচিৰ প্ৰকাশ চিক বৰাইকৰ প্ৰায় ৯ লাখ টকাৰ সম্পত্তি আছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am
‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

August 13, 2026 9:13 am
৫০০ টকাৰ ঘোচ লোৱাক লৈ কৰিছিল তীব্ৰ প্ৰতিবাদ : ১ বছৰ নহওতেই সেই আই পি এছ বিষয়াৰ বিৰুদ্ধে ১ কোটি টকাৰ ঘোচ লোৱাৰ অভিযোগ!

৫০০ টকাৰ ঘোচ লোৱাক লৈ কৰিছিল তীব্ৰ প্ৰতিবাদ : ১ বছৰ নহওতেই সেই আই পি এছ বিষয়াৰ বিৰুদ্ধে ১ কোটি টকাৰ ঘোচ লোৱাৰ অভিযোগ!

August 13, 2026 8:54 am
গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

August 13, 2026 8:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am
‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

August 13, 2026 9:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd