• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰাৰ বাবেই চৰকাৰী বিজ্ঞাপনৰ পৰা বঞ্চিত হৈছে অসমৰ সংবাদ মাধ্যম!

শুকুৰবাৰে সংবাদ মাধ্যম আৰু চৰকাৰী বিজ্ঞাপনৰ প্ৰসংগকলৈ উত্তাল হ'ল লোকসভা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 29, 2019 11:50 am
NESO-protest-at-Guwahati-Club-on-November-20-750x375 NESO to launch protest against CAB across Northeast

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে লোকসভাৰ মজিয়াত কংগ্ৰেছৰ সংসদীয় দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে সংবাদ প্ৰতিষ্ঠানক চৰকাৰী বিজ্ঞাপন বন্ধ কৰি কেন্দ্ৰীয় চৰকাৰে সংবাদ মাধ্যমক দমণ কৰিবলৈ বিচৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি বিষয়টো উত্থাপন কৰে।

অসমৰ সংবাদ গোষ্ঠী আছাম ট্ৰিবিউনেও চৰকাৰৰ এনেধৰণৰ বঞ্চনাৰ সন্মুখিন হ’বলগীয়া হৈছে বুলি বাতৰি প্ৰকাশ কৰিছে।

Apply Now

চৌধুৰীয়ে লোকসভাৰ শূন্যকালত বিষয়টো উত্থাপন কৰি সকলোৰে মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। চৌধুৰীৰ লগতে পশ্চিম বংগৰ ত্ৰিণামূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰয়ো এন ডি এ চৰকাৰক সমালোচনা কৰি সংবাদ মাধ্যমক বিজ্ঞাপনৰ বাবে দিয়া হিচাপ জানিব বিচাৰে বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, ডি এ ভি পিয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ বিজ্ঞাপন সংবাদ প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰাৰ ন’ডেল এজেঞ্চী।

আনহাতে, ডি এ ভি পিয়ে বিগত ফেব্ৰুৱাৰী মাহৰ পৰা বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে ‘আছাম ট্ৰিবিউন’ক বিজ্ঞাপন দিয়া বন্ধ কৰি থৈছে। ইয়াৰ কাৰণ জানিব বিচৰাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছাম ট্ৰিবিউন প্ৰতিষ্ঠানে গ্ৰহণ কৰা স্থিতিৰ বাবে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এনে কঠোৰ সিদ্ধান্ত এন ডি এ চৰকাৰে গ্ৰহণ কৰিছে বুলি আজি দৈনিক অসমত প্ৰতিষ্ঠানটোৱে বাতৰি প্ৰকাশ কৰিছে।

এই ক্ষেত্ৰত ডি এ ভি পিৰ লগত প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা যোগাযোগ কৰাত তেওঁলোকে এই ক্ষেত্ৰত এয়া ৰাজনৈতিক বিষয় বুলি গা এৰা দিয়ে।

লোকসভাত শুকুৰবাৰে এই প্ৰসংগলৈ বিৰোধী শিবিৰে প্ৰধানমন্ত্ৰীক কঠোৰ সমালোচনা কৰি গণতান্ত্ৰিক দেশত সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ বাবে চৰকাৰ আগবাঢ়ি আহিব লাগে বুলি মন্তব্য কৰে।

লোকসভাত দেশৰ উল্লেখযোগ্য সংবাদ গোষ্ঠী দ্যা হিন্দু, টাইমছ অব ইণ্ডিয়া, টেলিগ্ৰাফ আদিত চৰকাৰৰ বিৰুদ্ধে ৰাফেল চুক্তি আদি বিষয়ত বাতৰি প্ৰকাশ কৰাৰ উদাহৰণ দিয়ে বিৰোধীসকলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd