• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অচিনাকি মানুহে স্পৰ্শ কৰিব নোৱাৰে; তালিবানী আইনৰ বাবে মৃত্যুমুখত ভূমিকম্পত আহত কেইবাশ মহিলা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2025 7:38 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

132
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভূমিকম্পৰ ৩৬ ঘন্টাৰ অন্তত যেতিয়া সাহায্য আৰু উদ্ধাৰকাৰী দলটোৱে আফগানিস্তানৰ প্ৰায় বিধ্বস্ত কুনাৰ প্ৰদেশত উপস্থিত হয়, তেতিয়া ১৯ বছৰীয়া বিবি আইছাই ভাবিছিল যে এইবাৰ হয়তো তেওঁৰ জীৱন ৰক্ষা পৰিব। তেওঁ খাদ্য, পানী আৰু চিকিৎসা লাভ কৰিব। কিন্তু, যেতিয়া তেওঁ দেখিলে যে উদ্ধাৰকাৰী দলটোৰ সকলো পুৰুষ, তেতিয়া তেওঁৰ ভাগ্য যেন চকুৰ সন্মুখতে দেখা পালে।

আফগানিস্তানত হোৱা ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ২২০০ অতিক্ৰম কৰিছে। আহতসকলৰ সংখ্যা ৩৫০০ৰো অধিক। উদ্ধাৰৰ কাম এতিয়াও চলি আছে যদিও পুৰুষ প্ৰধান দলৰ অচিনাকি মানুহক স্পৰ্শ কৰাৰ কোনো উপায় নাই। যাৰ বাবে বহু ছোৱালী, যুৱতী, মহিলা ধ্বংসাৱশেষৰ মাজত আবদ্ধ হৈ আছে, কিন্তু তেওঁলোকক উলিয়াই নিয়াৰ ব্যৱস্থা কৰা হোৱা নাই।

Apply Now

বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হোৱা বহুতৰে তেজ ওলাই আছে যদিও চিকিৎসা লাভ কৰা নাই। উদ্ধাৰকাৰীয়ে কেৱল কাপোৰত ধৰি মৃত মহিলাকেইগৰাকীক বাহিৰলৈ উলিয়াই আনিছে। কাৰণ, তালিবান শাসনৰ অধীনত অচিনাকি মানুহৰ অচিনাকি মহিলাক স্পৰ্শ কৰাৰ অধিকাৰ নাই।

নিউয়ৰ্ক টাইমছক আয়েছাই কয় যে, “তেওঁলোকে আমাক এটা চুকত ৰাখিছে আৰু সম্পূৰ্ণৰূপে পাহৰি গৈছে যে আমিও এই দেশৰ মানুহ। আমি ইয়াত বাস কৰো।” আয়েছাই কয় যে উদ্ধাৰকাৰীয়ে আহত লোক আৰু শিশুক শিবিৰলৈ লৈ গৈ আছে। কিন্তু ৰক্তাক্ত, আহত মহিলাসকল ধ্বংসাৱশেষত পৰি আছে, কিন্তু তেওঁলোকক স্পৰ্শ কৰা হোৱা নাই। কাৰো চিকিৎসা কৰা হোৱা নাই।

তালিবান শাসিত আফগানিস্তানত আত্মীয় নহ’লে পুৰুষ বা মহিলাক স্পৰ্শ কৰাটো অবৈধ। তাৰ বাবে কঠোৰ শাস্তি আছে। অৰ্থাৎ কোনো পুৰুষ উদ্ধাৰকাৰীয়ে আয়েছাক স্পৰ্শ নকৰে। আয়েছাৰ দৰে শ শ মহিলাই মৃত্যুৰ সৈতে যুঁজি আছে। মাজাৰ ডেৰাৰ ওচৰত এজন স্বেচ্ছাসেৱকে কয় যে তেওঁ এতিয়াও জীয়াই থকা মহিলাসকলক দেখিছে, আৱদ্ধ হৈ আছে। কাৰণ কোনেও আইন ভংগ কৰি নাৰীক চিকিৎসা কৰা নাই।

৩৩ বছৰীয়া স্বেচ্ছাসেৱকগৰাকীয়ে কয় যে প্ৰথমে পুৰুষ আৰু শিশুৰ চিকিৎসা কৰা হৈছে। নাৰীক এটা চুকত ৰখা হৈছে। যদি কোনো পুৰুষ আত্মীয়ৰ সন্ধান পোৱা নাযায় তেন্তে মৃত মহিলাসকলক কাপোৰত ধৰি টানি লৈ গৈছে।

এই সন্দৰ্ভত তালিবান শাসিত প্ৰশাসনৰ স্বাস্থ্য প্ৰতিনিধিয়েও স্বীকাৰ কৰে যে উদ্ধাৰকাৰী দলটোত থকা মহিলাৰ সংখ্যা অতি তুচ্ছ। চৰকাৰে অধিক মহিলা চিকিৎসক আৰু নাৰ্ছ প্ৰেৰণৰ চেষ্টা চলাইছে। কিন্তু বাস্তৱতা হ’ল ভূমিকম্পৰ চাৰিদিন পিছতো কোনো মহিলা উদ্ধাৰকাৰী বা চিকিৎসক আয়েছাহঁতৰ গাঁৱত উপস্থিত হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am
সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd