• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুখত থাকক মনৰ মানুহ, বিয়াৰ তিনি বছৰ পিছত পূৰ্বৰ প্ৰেমিকাৰ সৈতে স্বামীৰ বিয়া পাতি দিলে পত্নীয়ে!

এন ই নাও নিউজ by এন ই নাও নিউজ
November 8, 2020 7:50 am
marrige-1-640x443
15.8k
VIEWS
Share on FacebookShare on Twitter

প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল…হয় স্বৰ্গীয় প্ৰেমত হাবুডুবু খোৱা এজন লোকে পৰিস্থিতিৰ দাস হৈ প্ৰেমিকাৰ সলনি আন এগৰাকী ছোৱালীক বিয়া পাতিবলগীয়া হৈছিল।

মধ্যপ্ৰদেশৰ ভূপালৰ বাসিন্দা সেই লোক জনে পিছে বিয়াৰ তিনি বছৰ পাৰ হৈ যোৱাৰ পিছতো মানসপটৰ পৰা মচি পেলাব পৰা নাছিল পূৰ্বৰ প্ৰেমিকাৰ  ছবি খন।

পূৰ্বৰ প্ৰেমিকাৰ কথা ভাবি তেওঁ প্ৰায়ে বিষণ্ণ হৈ পৰে। এই কথা ভালদৰেই লক্ষ্য কৰিছিল লোক জনৰ পত্নীয়ে।

ইকাণ-সিকাণ বাগৰি লোকজনৰ পত্নীয়ে তেওঁৰ স্বামীৰ পূৰ্বৰ প্ৰেমিকাৰ কথা জানিবলৈ সক্ষম হৈছিল।

পূৰ্বৰ প্ৰেমিকায়ো প্ৰেম ভংগৰ বিৰহত  বিয়া নোহোৱাকৈয়ে আছিল। নিজৰ প্ৰাণতকৈয়ো স্বামীক বেছি ভালপোৱা পত্নীয়ে স্বামীৰ দুখ সহ্য কৰিব নোৱাৰি গ্ৰহণ কৰিলে এক বিশেষ সিদ্ধান্ত।

সিদ্ধান্ত মৰ্মে পত্নীয়ে স্বামীৰ সৈতে বিবাহ বিচ্ছেদ বিচাৰিলে।বিবাহ বিচ্ছেদৰ উদ্দেশ্য এটাই—স্বামীৰ সৈতে পূৰ্বৰ প্ৰেমিকাৰ মিলন ঘটোৱা।ভূপালৰ আদালতলৈ পত্নীয়ে নিজে গৈ বিবাহ বিচ্ছেদৰ যাৱতীয় সকলো কাম কৰিলে।

ইয়াৰ পিছতে আহিল আচল পৰ্ব।বিবাহ বিচ্ছেদৰ পিছতেই লোকজনৰ পত্নীয়ে তেওঁৰ স্বামীৰ বিয়া পাতি দিলে পূৰ্বৰ প্ৰেমিকাৰ সৈতে।নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক মহিলাগৰাকীয়ে সংবাদ প্ৰতিষ্ঠান এএনআইৰ আগত প্ৰকাশ কৰা মতে স্বামীৰ বিমৰ্ষ মুখ খন দেখি তেওঁৰ বৰ দুখ লাগি আছিল।

সেইবাবেই স্বামীৰ সুখৰ বাবেই নিজৰ সংসাৰ ভাঙি হ’লেও স্বামীক পূৰ্বৰ প্ৰেমিকাৰ সৈতে মিলন ঘটাই দিবলৈ পাই তেওঁ  এতিয়া সুখী। নিজৰ যি হ’লেও হওঁক,মনৰ মানুহ জনতো সুখত থাকিব।

Recent News

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd