• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বজালীত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দুৰ্নীতিৰ বিৰুদ্ধে শিঙিমাৰী পঞ্চায়তত উত্তাল পৰিবেশ

ডুমুৰীয়া পঞ্চায়তৰ সভানেত্ৰীৰ এজাহাৰৰ ভিত্তিত পাঠশালা আৰক্ষীৰ দ্বাৰা এজনক আটক

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
September 1, 2020 2:03 pm
WhatsApp Image 2020-09-01 at 1.44.29 PM

বজালীৰ শিঙিমাৰী গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টন কেলেংকাৰিৰ ঢৌৱে উত্তাল কৰি ৰাখিছে বজালী।

সোমবাৰে ডুমুৰীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু সম্পাদকক কাৰ্য্যালয়ৰ ভিতৰত স্থানীয় ৰাইজে আবদ্ধ কৰি আইন হাতত তুলি মৰেল পুলিচগিৰি দেখুৱাই  অমানুষিক অত্যাচাৰ আৰু শাৰীৰিক নিৰ্যাতনৰ দৰে কাৰ্য সংঘটিত কৰিছিল।

Apply Now

সেই ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই আজি বজালীৰে ১১২নং শিঙিমাৰী গাঁও পঞ্চায়তত একেই ধৰণৰ দুৰ্নীতিৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ।

প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি পঞ্চায়তে অন্য প্ৰভাৱশালী তথা দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ মানুহক গৃহ প্ৰদান কৰাৰ অভিযোগ তুলি প্ৰায় দুই শতাধিক পুৰুষ-মহিলা হিতাধিকাৰীয়ে পঞ্চায়ত কাৰ্যালয়ত উপস্থিত হৈ এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে।

দুৰ্নীতিৰ কাৰণে প্ৰাপ্যৰ পৰা বঞ্চিত হোৱা ৰাইজে পঞ্চায়তখনত সোমবাৰেই তলা লগাই খণ্ড উন্নয়ন বিষয়াৰ উপস্থিতিৰ দাবী তোলে।

আজি পঞ্চায়তখনত হাউলী উন্নয়ন খণ্ডৰ খণ্ড বিষয়া ভাস্কৰ চক্ৰৱৰ্তী উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লয়।

ইতিমধ্যে উত্তেজিত ৰাইজে সচিব ভবেশ নাথ আৰু অগপ দলৰ সভানেত্ৰী অঞ্জনা বর্মনক ঘেৰাও কৰি জবাবদিহি কৰিছিল।

ইয়াৰ পাছতে সৰুপেটা আৰক্ষী পঞ্চায়তখনত উপস্থিত হৈ উত্তেজিত ৰাইজৰ মাজৰ পৰা খণ্ড উন্নয়ন বিষয়া, সচিব তথা সভানেত্ৰীক উদ্ধাৰ কৰে আৰু ক্ষোভিত ৰাইজক শান্ত কৰিবলৈ সক্ষম হয়।

আনহাতে, ডুমুৰীয়া গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত হোৱা ঘটনাত হিতাধিকাৰীৰ হাতত প্ৰহৃত  হোৱা পঞ্চায়ত সচিবে পাঠশালা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত দিগন্ত কলিতা নামৰ এজনক সোধপোচৰ বাবে আটক কৰিছে।

ইপিনে, দিগন্ত কলিতাক আৰক্ষীয়ে ৰখাই থোৱাক কেন্দ্র কৰি একাংশ মহিলাই আৰক্ষী চকীত ভিৰ কৰেহি।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd