• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আই আই টি মাদ্ৰাছৰ পাছত এইবাৰ মণিপাল বিশ্ববিদ্যালয়ত কোভিডৰ গণ সংক্ৰমণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 19, 2020 8:50 am

1 min read

আই আই টি মাদ্ৰাছৰ পাছত এইবাৰ মণিপাল বিশ্ববিদ্যালয়ত কোভিডৰ গণ সংক্ৰমণ

মণিপাল বিশ্ববিদ্যালয়

1.4k
VIEWS
Share on FacebookShare on Twitter

মণিপাল বিশ্ববিদ্যালয়ৰ কৰ্ণাটক কেম্পাছৰ ৬৯ গৰাকী শিক্ষাৰ্থীৰ শৰীৰত কোভিডৰ উপস্থিতি ধৰা পৰিছে।

বিগত মাহত বিশ্ববিদ্যালয়খনৰ কৰ্ণাটক কেম্পাছলৈ উভতি অহা শিক্ষাৰ্থী সকলৰ ভিতৰত ৬৯ গৰাকী শিক্ষাৰ্থীৰ শৰীৰত কোভিডৰ উপস্থিতি ধৰা পৰে বুলি মণিপাল একাডেমী অফ হায়াৰ এডুকেশ্যনে প্ৰকাশ কৰে।

নৱেম্বৰ মাহত মণিপাল একাডেমী অফ হায়াৰ এডুকেশ্যনে শিক্ষাৰ্থী সকলক নিজৰ কেম্পাছলৈ উভতি অহাৰ বাবে অনুমতি প্ৰদান কৰিছিল।

বিভাগীয় কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি প্ৰায় ৭০০০ শিক্ষাৰ্থীয়ে নৱেম্বৰ মাহত বিশ্ববিদ্যালয়খনৰ বিভিন্ন কেম্পাছলৈ উভতি আহিছিল।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে আই আই টি মাদ্ৰাছৰ কেম্পাছতো শিক্ষাৰ্থী আৰু কৰ্মচাৰীৰ শৰীৰত কোভিড ধৰা পৰিছিল।

তামিলনাডুৰ ৰাজধানী চেন্নাইস্থিত উচ্চ শিক্ষা প্ৰতিষ্ঠানখনৰ ৬৬ গৰাকীকৈ শিক্ষাৰ্থীৰ দেহত ১৪ নৱেম্বৰত কোভিড ১৯ৰ উপস্থিতি ধৰা পৰিছিল।

পৰৱৰ্তী সময়ত এই সংখ্যা ১৮৩ গৰাকীলৈ বৃদ্ধি পাইছিল। কোভিড প’জিটিভৰ ঘটনা বৃদ্ধি পোৱাত প্ৰতিষ্ঠানখনৰ বিভাগ সমূহ সাময়িকভাৱে পুনৰ বন্ধ কৰি দিয়া হৈছিল।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd