DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এছ আইৰ বৃহৎ কেলেংকাৰীৰ পাছতে বাতিল আৰক্ষীৰ কনিষ্টবলৰ শাৰীৰিক-মৌখিক পৰীক্ষা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 10, 2020 10:09 am
এছ আইৰ বৃহৎ কেলেংকাৰীৰ পাছতে বাতিল আৰক্ষীৰ কনিষ্টবলৰ শাৰীৰিক-মৌখিক পৰীক্ষা
793
VIEWS
Share on FacebookShare on Twitter

আৰক্ষীৰ উপ পৰিদৰ্শকৰ প্ৰশ্ন কাকত ফাদিলৰ লগতে নিযুক্তি প্ৰক্ৰিয়াত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ বাবেই বাতিল কৰা হৈছে আৰক্ষীৰ UB আৰু AB কনিষ্টবলৰ শাৰীৰিক আৰু মৌখিক পৰীক্ষা।

এছ আইৰ কেলেংকাৰীৰ তদন্তৰ বাবে স্থগিত ৰখা হৈছে এই পৰীক্ষা।

আজি বিয়লি ভাগলৈ পৰীক্ষাৰ নতুন তাৰিখ ঘোষণা কৰাৰ সম্ভাৱনা আছে।

ইতিমধ্যে, বহুকেইখন জিলাত মৌখিক আৰু শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হৈছিল তাৰ পাছতো শাৰীৰিক আৰু মৌখিক পৰীক্ষা বাতিল কৰাত এতিয়া বহু উত্তীৰ্ণ হোৱা যুৱক-যুৱতী হতাশাৰ সন্মুখীন হৈছে।

শইকীয়া বাবু মই যোৰহটীয়া নামৰ এজন ফেইচবুক ব্যৱহাৰকাৰীয়ে লিখি ক্ষোভ প্ৰকাশ কৰি কয় “চাকৰি আশা বাদ দিলোঁ আৰু ৰান্দা টানি থকাই ভাল। নিজাববীয়াকৈ কিবা এটা কৰিছোঁ বুলি কবলৈকে হ’ব….বহু কষ্ট কৰিছিলো অথলে গল বুলি বেয়া লগা নাই অলপ মাংস বোৰ কমি যোৱা বাবেহে বেয়া লাগিছে……কম্পিউটাৰত বহি থকা কেইটাই মিটিৰৰ মানুহক নম্বৰ বেছিকৈ দিলে যেন পাইছোঁ…..”

উল্লেখযোগ্য যে, SI ৰ লিখিত পৰীক্ষাত সংঘটিত বৃহৎ কেলেংকাৰীৰ পাছতে সকলো বিভাগৰে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কেতবোৰ পৰিৱৰ্তন অনা হৈছিল।

বৃহস্পতিবাৰে কেবিনেট বৈঠকত হোৱা সিদ্ধান্ত অনুসৰি কোনোধৰণৰ ব্যক্তিগত প্ৰতিষ্ঠানক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দিয়া নহ’ব। কোনো বিশ্ববিদ্যালয় নাইবা বিভাগে নিজেই পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব।

Recent News

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd