DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সোঁত বৈছে নিষিদ্ধ বিদ্ৰোহী সংগঠন লৈ! পুনৰ আলফা স্বাধীনত যোগদান উজনিৰ দুই যুৱকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 19, 2022 10:04 am
সোঁত বৈছে নিষিদ্ধ বিদ্ৰোহী সংগঠন লৈ! পুনৰ আলফা স্বাধীনত যোগদান উজনিৰ দুই যুৱকৰ
170
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ নিষিদ্ধ বিদ্ৰোহী সংগঠন আলফা স্বাধীনত যোগদানৰ সোঁত বোৱা দেখা  গৈছে। তাৰমাজতে পুনৰ উজনিৰ দুই যুৱকে আলফা স্বাধীনত যোগদানৰ খৱৰ পোৱা গৈছে।

শদিয়াৰ কংগ্ৰেছৰ নেতাৰ যোগদানৰ পিছতেই এইবাৰ শিৱসাগৰ আৰু নাহৰকটীয়াৰ দুই যুৱকে যোগদান কৰিছে আলফা স্বাধীনত।

শিৱসাগৰৰ যুৱক পংকজ মেছ আৰু নাহৰকটীয়াৰ যুৱক পংকজ গগৈয়ে আলফা স্বাধীনত যোগদান কৰিছে। এক বিশেষ সুত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি সোমবাৰে এই দুই যুৱকে সংগঠনটোত যোগদান কৰিছে ।

লগতে পঢ়ক: চলিত মাহতেই অৱসৰ ল’ব নাৰাৱনে; দেশৰ নতুন সেনা প্ৰধান লেফটেনেন্ট জেনেৰেল মনোজ পাণ্ডে

আলফা স্বাধীন আৰু চৰকাৰৰ মাজত যুদ্ধ বিৰতি চলি থকাৰ মাজতেই ৰাজ্যৰ এজনৰ পিছত এজন যুৱক আলফা স্বাধীনত যোগদান কৰা ঘটনাই স্বাভাৱিকতে ব্যাপক চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে যোৱা ১৭ এপ্ৰিলত শদিয়াৰ উদয় নগৰৰ এগৰাকী কংগ্ৰেছ নেতা জনাৰ্দন গগৈয়ে আলফা স্বাধীনত যোগদান কৰিছিল।

চেংকয় হিচাপেও পৰিচিত জনাৰ্দন গগৈ যুৱ কংগ্ৰেছৰ তিনিচুকীয়া জিলা সমিতিৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

বিগত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত তেওঁ কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল।

পত্নীলৈ উদ্দেশ্যি সামাজিক মাধ্যমত এটা দীঘলীয়া পোষ্ট কৰি তেওঁ আলফা স্বাধীনত যোগদান কৰাৰ কথা ঘোষণা কৰিছিল।

আনহাতে, ৰঙালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৩ জন যুৱকে আলফা স্বাধীনত যোগদান কৰিছিল। ইয়াৰে পাঁচগৰাকী যুৱক গুৱাহাটীৰ আৰু দুগৰাকী শিৱসাগৰৰ আছিল।

লগতে পঢ়ক: ছাত্ৰীৰ শালীনতা হানিৰ চেষ্টা; অভিযুক্ত অধ্যাপকক নিলম্বনৰ দাবীত উত্তাল লিডু মহাবিদ্যালয়

আলফা স্বাধীনত যোগদান কৰা যুৱক কেইজন আছিল— তিনিচুকীয়াৰ ঋতুৰাজ গোঁহাই, পানীতোলাৰ সুভ্ৰান্ত দুৱৰা, বকোৰ অংকুৰ কলিতা, মিৰ্জাৰ দেৱাশিষ দাস, আজৰাৰ মিন্ময় কলিতা, বেলতলাৰ হিতেশ ডেকা, গোলাঘাটৰ বীৰেন বৰা, উমেশ বৰা, চাংসাৰিৰ ৰঞ্জিত দাস, পানীখাইতিৰ মৃদুল নাথ, বাইহাটাৰ সঞ্জীৱ শৰ্মা, শিৱসাগৰৰ ছহিদুল আহমেদ হাজৰিকা আৰু আনোৱাৰ আলি বুলি জানিব পৰা গৈছিল।

উল্লেখ্য যে বিগত কেইটামান মাহত আলফা স্বাধীনত ২৩৯ গৰাকী যুৱক-যুৱতীয়ে নতুনকৈ যোগদান কৰিছে।

Recent News

অৰ্থনৈতিক সংকট: শ্ৰীলংকাৰ পিছত পাকিস্তানৰ পাল! ‘অপ্ৰয়োজনীয়’ বিলাসী সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা

অৰ্থনৈতিক সংকট: শ্ৰীলংকাৰ পিছত পাকিস্তানৰ পাল! ‘অপ্ৰয়োজনীয়’ বিলাসী সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd