• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লোকসভা নিৰ্বাচনকলৈ অগপৰ তৎপৰতা : আজি ইস্তাহাৰ আৰু প্ৰচাৰ সমিতিৰ বৈঠক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2019 7:48 am
অগপৰ কাৰ্যনিৰ্বাহক সভা। ফাইল ফটো

অগপৰ কাৰ্যনিৰ্বাহক সভা। ফাইল ফটো

371
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পূৰ্বেই অসম গণ পৰিষদ দলে নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা আৰম্ভ কৰিছে। ইতিমধ্যে দলৰ তৰফৰ পৰা ৰাজ্যখনৰ লোকসভা সমষ্টি ভিত্তিক সাংগঠনিক কামকাজ অধিক ক্ষিপ্ৰ কৰি তোলাৰ লগতে দলীয় বিষয়ববীয়া তথা কৰ্মী সকলক নিৰ্বাচনৰ বাবে সকলো ধৰণে সাজু হবলৈ কেন্দ্ৰীয় নেতৃত্বই আহ্বান জনাইছে।

২০ ফেব্ৰুৱাৰি তাৰিখে আমবাৰী মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিৰ সভাৰ পাছত যোৱা  ৩ দিন ধৰি কেন্দ্ৰীয় নেতৃত্বই দলৰ ৫০ খনৰো অধিক জিলা সমিতিৰ সভাপতি-সম্পাদকৰে সৈতে নিৰ্বাচন সন্দৰ্ভত মতবিনিময় কৰে।

তদুপৰি, অগপৰ কেন্দ্ৰীয় কাৰ্য্য নিৰ্বাহক সমিতিৰ সভাই লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৪ খনকৈ সমিতি গঠন কৰি দিয়ে।

আনহাতে, আজি বিয়লি ৩ বজাত ইস্তাহাৰ সমিতি আৰু প্ৰচাৰ সমিতিৰ দুখনকৈ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হ’ব। ইয়াৰ লগতে দলটোৱে ইতিমধ্যে লোকসভা সমষ্টি ভিত্তিতো সাংগঠনিক সভা তথা নিৰ্বাচন কেন্দ্ৰিক সভা অনুষ্ঠিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

অগপ দলে লোকসভা নিৰ্বাচনত কোনো ৰাষ্ট্ৰীয় দলৰ সৈতে মিত্ৰতা কৰিবনে নাই, নে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব সেয়াও শীঘ্ৰেই স্পষ্ট কৰা হ’ব বুলি জানিব পৰা গৈছে। অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ’লে দলটোৱে কমেও দহখন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে।

Recent News

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd