DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হিতাধিকাৰীৰ মাজত টিনপাট, চিলাই মেচিন, স্প্রে-মেচিন আৰু বীজ বিতৰণ মন্ত্রী অতুল বৰাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
September 14, 2020 9:38 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

419
VIEWS
Share on FacebookShare on Twitter

কৃষি মন্ত্রী তথা বােকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই আজি বোকাখাতৰ মহকুমাধিপতিৰ কার্যালয়ত আয়ােজিত এক অনুষ্ঠানত নিজ সমষ্টিৰ হিতাধিকাৰী সকলৰ মাজত টিনপাট, চিলাই মেচিন, স্প্রে-মেচিন আৰু মাটি মাহৰ বীজ বিতৰণ কৰে।

বােকাখাত মহকুমাৰ কল্যাণ বিভাগৰ দ্বাৰা আয়ােজিত এই অনুষ্ঠানত কৃষি মন্ত্রী অতুল বৰাই অনুসূচিত জাতি তথা অন্যান্য পিছ পৰা শ্রেণীৰ হিতাধিকাৰীলৈও টিনপাট আৰু চিলাই মেচিন বিতৰণ কৰে।

উল্লেখযােগ্য যে, বােকাখাত মহকুমা কল্যান বিভাগৰ দ্বাৰা অনুসুচীত জাতিৰ ৪৪ গৰাকী আৰু অন্যান্য পিছ পৰা শ্ৰেণীৰ ১৭৩ গৰাকী হিতাধিকাৰীক টিনপাট আৰু অনুসূচিত জাতিৰ ৫২ গৰাকী আৰু অন্যান্য পিছ পৰা শ্ৰেণীৰ ১০০ গৰাকী মহিলা হিতাধিকাৰীক চিলাই মেচিন বিতৰণ কৰাৰ ব্যৱস্থা কৰে।

উল্লেখযােগ্য যে, কৃষি মন্ত্রী অতুল বৰাৰ নিৰ্দেশত সমগ্র বোকাখাত মহকুমাৰ কৃষক ৰাইজৰ বাবে ২২০০ টা স্প্রে-মেচিন আৰু ৭০ কুইণ্টল মাটি মাহৰ বীজ বিতৰণৰো ব্যৱস্থা কৰা বুলি বিভাগীয় সূত্ৰত প্ৰকাশ।

আজিৰ অনুষ্ঠানতে কৃষি মন্ত্রী অতুল বৰাই দুজনকৈ হিতাধীকাৰীক কৃষি বিভাগৰ তৰফৰ পৰা স্প্রে-মেচিন আৰু মাটি মাহৰ বীজ প্ৰদান কৰি এই সামগ্ৰী বিতৰণৰ শুভাৰম্ভ কৰে।

অনুষ্ঠানতে মন্ত্রী অতুল বৰাই কৃষি বিভাগ আৰু বোকাখাত মহকুমা প্রশাসনৰ দ্বাৰা নির্মিত উদ্যান আলােক নামৰ এখনি তথ্য চিত্রৰো শুভ উন্মােচন কৰে।

Recent News

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd