DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, February 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হালোৱাৰ ৰূপত কৃষি মন্ত্ৰী অতুল বৰা; নৱপ্ৰজন্মক কৃষি কৰ্মৰ প্ৰতি আকৰ্ষিত হ’বলৈ আহ্বান

নাঙল-গৰু অতীত! পাৱাৰ টিলাৰেৰে কৃষি কৰ্মত নিয়োজিত হ’বলৈ নতুন প্ৰজন্মক উদ্বুদ্ধ কৰিব পাৰিবনে কৃষিমন্ত্ৰীয়ে?

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
June 11, 2021 1:11 pm
IMG_20210611_123741

ফটো: নৰ্থইষ্ট নাও।

257
VIEWS
Share on FacebookShare on Twitter

আজি পুৱাই কৃষি মন্ত্ৰী অতুল বৰাই হাল জুৰিলে পথাৰত। জন্মস্থান গোলাঘাটৰ বাম বৰাহী গাঁৱত নিজা কৃষি ভূমিত হাতত ট্ৰেক্টৰ লৈ পথাৰত হাল বোৱা দেখা গ’ল কৃষি মন্ত্ৰী গৰাকীক।

মন্ত্ৰী গৰাকীয়ে নৱ প্ৰজন্মক কৃষি কৰ্মত নিয়োজিত হৈ খেতিয়কক মৰ্যদা প্ৰদান কৰিবলৈও আহ্বান জনায়।

সাংবাদিকৰে হোৱা বাৰ্তালাপত এনেদৰে পথাৰত হাল বাই অতীতৰ স্মৃতি সোঁৱৰণ কৰি মন্ত্ৰীগৰাকী নষ্টালজিক হৈ পৰা দেখা গ’ল। কৃষি কৰ্মৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰিবলৈ মন্ত্ৰী জনে প্ৰতিবছৰে এনেদৰে পথাৰত হাল বায় বুলিও উল্লেখ কৰে।

ইয়াৰ পিছতে গোলাঘাট জিলা অগপৰ কখৰ্যালয়ত উপস্থিত হয় মন্ত্ৰী গৰাকী। নিৰ্বাচনৰ ফলাফলৰ পিছত প্ৰথমবাৰলৈ কাৰ্যালয়ত উপস্থিত হোৱা মন্ত্ৰী গৰাকীক অগপৰ কৰ্মকৰ্তাসকলে উষ্ম আঁদৰণি জনাই সম্বৰ্ধনা জ্ঞাপন কৰে।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি অগপৰ জন্মস্থান গোলাঘাটত দলটোৰ প্ৰতি আকৃষ্ট হৈ বহু কংগ্ৰেছ কৰ্মী অগপত যোগদান কৰা দেখা গৈছে।

আজিও মন্ত্ৰী গৰাকীৰ উপস্থিতিত প্ৰায় ৪০ গৰাকী আছু কৰ্মীয়ে দলটোত যোগদান কৰে। যোগদান কাৰ্যসূচীত মন্ত্ৰী অতুল বৰাই আগন্তুক বৰ্ষত পশুপালন আৰু কৃষি বিভাগৰ খালী হৈ থকা প্ৰায় ৫০০০ পদত নিযুক্তি দিয়া হ’ব বুলি ঘোষণা কৰে।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd