• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

খাদ্যৰসিকক অনন্য সোৱাদ দি চকু মুদিলে ‘চিকেন টিক্কা মছলা’ৰ জনকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 22, 2022 8:38 pm
Chicken Tikka Masala
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ খাদ্যৰসিকৰ জিভাত এক অনন্য স্বাদৰ ঢৌ তুলি চিৰদিনৰ বাবে চকু মুদিলে আলী আহমেদ আছলামে। বুধবাৰে স্কটলেণ্ডত মৃত্যু হয় পাকিস্তানী মূলৰ এই বিশ্ব বিখ্যাত চেফ্ গৰাকীৰ। ‘চিকেন টিক্কা মছলা’ নামৰ বৰ্তমানৰ বহুল জনপ্ৰিয় খাদ্য বিধৰ জন্মদাতা আছিল আলী আহমেদ আছলাম।

মৃত্যুৰ সময়ত আছলামৰ বয়স আছিল ৭৭ বছৰ। ‘মিষ্টাৰ আলী’ নামেৰে বিখ্যাত এই চেফগৰাকীয়ে নিজৰ সৃষ্টি এই এই ৰেচিপি বিধক লৈ অত্যন্ত গৌৰৱ কৰিছিল। বাৰ্ধক্যৰ বাবেই আলীৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে। অৱশ্যে মৃত্যুৰ কাৰণ সন্দৰ্ভত এইপৰ্যন্ত কোনো কথা প্ৰকাশ কৰা নাই পৰিয়ালে।

Apply Now

আছলামৰ এই ‘চিকেন টিক্কা মছলা’ৰ সৃষ্টিৰ আঁৰত আছে এক আমোদজনক কাহিনী। যোৱা শতিকাৰ সত্তৰৰ দশকৰ কথা। সেই সময়ত আলী আহমেদ আছলামে স্কটলেণ্ডৰ গ্লাছগোত এখন সৰু ৰেষ্টুৰেণ্ট চলাই আছিল।

এদিন স্থানীয় এগৰাকী গ্ৰাহক আছলামৰ ৰেষ্টুৰেণ্টলৈ আহিছিৰ কুকুৰা মঙহ খোৱাৰ উদ্দেশ্যে। গ্ৰাহকগৰাকীৰ অৰ্ডাৰ মতেই তেওঁৰ সমুখত দিয়া হয় কুকুৰা মঙহৰ আঞ্জা। কিন্তু এই মঙহৰ আঞ্জাখন খাই সন্তুষ্ট নহয় গ্ৰাহকগৰাকী।

আঞ্জাখন খাই যথেষ্ট শুকান যেন অনুভৱ হোৱাৰ লগতে খাবলৈ অসুবিধা পোৱা বুলি বিষোদগাৰ প্ৰকাশ কৰে গ্ৰাহকগৰাকীয়ে। গ্ৰাহকৰ অভিযোগ শুনাৰ পাছতে আলীৰ মনলৈ আহে এক নতুন প্ৰকৰণৰ কুকুৰা মঙহ ৰন্ধাৰ চিন্তা।

আলীয়ে এই নতুন ৰেচিপিৰে মাংস ৰন্ধাৰ সময়ত সেই আঞ্জাখনত দৈ আৰু ক্ৰীম ব্যৱহাৰ কৰাৰ সিদ্ধান্ত ল’লে। আৰু এইদৰেই জন্ম হ’ল জনপ্ৰিয় আৰু সুস্বাদু ‘চিকেন টিক্কা মছলা’ৰ।

অৱশ্যে চিকেন টিক্কা মছলাৰ জন্ম বৃতান্ত সন্দৰ্ভত এক বিতৰ্কও চলি আহিছে। ইংলেণ্ডৰ কিছুমান ৰেষ্টুৰেণ্টে এই জনপ্ৰিয় খাদ্যবিধৰ আৱিষ্কাৰক আলী নহয় বুলি দাবী কৰি আহিছে।

অৱশ্যে তৎসত্বেও খাদ্যৰসিক সকলে চিকেন টিক্কা মছলা প্ৰথমে ‘মিষ্টাৰ আলী’ৰ ‘চীছমহল’ নামৰ ৰেষ্টুৰেণ্টখনতে সৃষ্টি হৈছিল বুলি বিশ্বাস কৰি আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

September 15, 2026 4:07 pm
উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

September 15, 2026 3:17 pm
২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

September 15, 2026 3:08 pm
উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

September 15, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

September 15, 2026 4:07 pm
উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

September 15, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd