• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2023 7:17 pm
Rahul Gandhi
203
VIEWS
Share on FacebookShare on Twitter

মংগলবাৰে লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণ বিৰ্তকত অংশগ্ৰহণ কৰি দিয়া ভাষণত কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিতৰ্কিত উদ্যোগপতি গৌতম আদানীৰ দুখনমান পুৰণি ফটো প্ৰদৰ্শন কৰে।

ফটোকেইখন হৈছে আদানীৰ ব্যক্তিগত বিমানত তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৌতম আদানীৰে নিৰ্বাচনী সভাত অংশগ্ৰহণৰ উদ্দেশ্য যাত্ৰা কৰাৰ সময়ৰ। সেই ফটোগ্ৰাফ প্ৰদৰ্শন কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে গৌতম আদানী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পৰ্ক অতি পুৰণি আৰু ২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছৰে পৰা গৌতম আদানীৰ ব্যৱসায় দুপদুপাই বৃদ্ধি পাইছে।  

নৰেন্দ্ৰ মোডী চৰকাৰক তীব্ৰ আক্ৰমণ কৰি প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে লগতে কয় যে আদানীক কোনো অভিজ্ঞতা নোহোৱাকৈ দেশৰ বিমানবন্দৰসমূহৰ লগতে ইজৰাইলৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ যুদ্ধাস্ত্ৰ ক্ৰয়ৰ ঠিকা গতাই দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে আৰু বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

ৰাহুল গান্ধীৰ দাবী যে প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰেলিয়াৰ ভ্ৰমণৰ পাছতে গৌতম আদানীক ভাৰতীয় ষ্টেট বেংকে ১ বিলিয়ন ডলাৰ টকা ঋণ প্ৰদান কৰে। উল্লেখ্য যে আদানীৰ প্ৰতিষ্ঠানেই হৈছে অষ্ট্ৰেলিয়াৰ সৰ্ববৃহৎ কলয়া খনন প্ৰতিষ্ঠান।

ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে বাংলাদেশ আৰু শ্ৰীলংকা ভ্ৰমণ কৰি অহাৰ পাছতে উক্ত দুয়ো দেশৰ লগত গৌতম আদানীৰ প্ৰতিষ্ঠানে বৃহৎ শক্তি বিতৰণৰ চুক্তিত স্বাক্ষৰ কৰা বুলিও ৰাহুল গান্ধীয়ে অভিযোগ কৰে।

ৰাহুল গান্ধীয়ে আদানীৰ ব্যক্তিগত বিমানত বহি থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৌতম আদানীৰ পুৰণি ফ’টো দেখুৱাই প্ৰশ্ন কৰে— “প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আদানীৰ সম্পৰ্ক কি? ২০১৪ চনৰ পৰা ২০২২ চনলৈ আদানী ৮০ বিলিয়ন ডলাৰৰ পৰা ১৪০ বিলিয়ন ডলাৰৰ গৰাকী কেনেকৈ হ’ল। ২০১৪ চনত তেওঁ বিশ্বৰ ধনী লোকসকলৰ ভিতৰত ৬০৯ নম্বৰ স্থান লাভ কৰিছিল। কি যাদুৰ বলত তেওঁ বিশ্বৰ দুই ধনী ব্যক্তিত পৰিণত হ’ল?”

ইফালে ৰাহুল গান্ধীৰ ভাষণ প্ৰদান কৰি থকাৰ সময়ত হট্টগোল কৰি শাসকীয় দলৰ সদস্যসকলে ভাষণ প্ৰদানত বাধা আৰোপ কৰিবলৈ চেষ্টা কৰে। আনকি বিজেপিৰ সাংসদ আৰু মন্ত্ৰীসকলে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰা বুলি কৈ ক্ষমা খুজিবলৈও দাবী কৰে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd