• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নতুন কোনো ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠান স্থাপনৰ অনুমতি দিয়া নহয়; খালী পৰি ৰৈছে ৫০ শতাংশ আসন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 13, 2020 8:11 pm

1 min read

program-bilateral-lith-main 4

প্ৰতিনিধিত্বমূলক ফটো

1.2k
VIEWS
Share on FacebookShare on Twitter

ইঞ্জিনিয়াৰিং অধ্যয়নৰ ক্ষেত্ৰত লেকাম লগালে অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যনে(AICTE)।

এতিয়া আৰু নতুনকৈ কোনো ইঞ্জিনিয়াৰিং শিক্ষা প্ৰতিষ্ঠান স্থাপনৰ আবেদন গ্ৰহণ কৰা নহয়।

আগন্তুক ২০২২ চনলৈকে AICTE য়ে এই সন্দৰ্ভত নতুন কোনো আবেদন গ্ৰহণ নকৰে।

২০১৯-২০ শৈক্ষিক বৰ্ষত প্ৰতিখন কলেজৰ কাৰিকৰী বিভাগত আসন খালী হৈ পৰি ৰৈছে। ইয়াৰ বাবেই AICTE য়ে এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, দেশত আণ্ডাৰ গ্ৰেজুৱেট আৰু ডিপ্লমা মিলি ২৭ লাখ আসন আছে। তদুপৰি, প’ষ্ট গ্ৰেজুৱেট পৰ্যায়ত আছে ১ লাখ ৮০ হাজাৰ আসন।

AICTE য়েৰ নতুন হেণ্ডবুকত বিতংভাৱে আগন্তুক শিক্ষা বৰ্ষৰ বিষয়ে থকা নিৰ্দেশনাত  উক্ত সিদ্ধান্তৰ কথা জনোৱা হৈছে।

আই আই টি হায়দৰাবাদৰ চেয়াৰমেন বিভি আৰ মোহন ৰেড্ডিৰ অধ্যক্ষতাত কউন্সিলৰ সমিতিৰ বৈঠকত দুবছৰৰ পাছত এই সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ সম্ভাৱনাৰ কথা কোৱা হৈছে।

জানিব পৰা মতে ২০১৫ৰ পৰা ২০১৯বৰ্ষৰ ভিতৰত দেশৰ ৫১৮খন ইঞ্জিনিয়াৰিং কলেজ বন্ধ হৈছে।

Recent News

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

santosh babu

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd