• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰথমে হিন্দু ভুৱা পৰিচয়েৰে প্ৰেম, তাৰ পাছত বলপূৰ্বক অপহৰণ কৰি ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণ আইদুল আলীৰ

NE NOW NEWS শশাংক তালুকদাৰ
গুৱাহাটী , June 11, 2019 6:44 pm

2 min read

WhatsApp Image 2019-06-11 at 3.30.36 PM

অভিযুক্ত আইদুল আলী

5.7k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ ৰাজ্য ধৰ্ষণ আৰু যৌন নিৰ্যাতনক কেন্দ্ৰ কৰি উত্তাল হৈ থকাৰ সময়ত বাক্সাৰ জিলাৰ শালনীবাৰীত সংঘটিত হোৱা এটা লাভ জেহাদৰ ঘটনা পোহৰলৈ আহিছে।

প্ৰাপ্ত খবৰ অনুসৰি এগৰাকী হিন্দু সম্প্ৰদায়ৰ কিশোৰীক নিজকে ৰাহুল নাথ বুলি ভুৱা পৰিচয় দিয়া আইদুল আলী নামৰ বিশেষ সম্প্ৰদায়ৰ এজন যুৱকে প্ৰেম নিবেদন কৰাৰ চলেৰে প্ৰথমে অপহৰণ আৰু পাছত ধৰ্ষণ কৰাৰ জঘন্য কাণ্ড পোহৰলৈ আহিছে। বৰ্তমান আৰক্ষীৰ হাতত আটক হৈছে বঙাইগাঁৱৰ যুৱক আইদুল আলী।

উল্লেখযোগ্য যে, বাক্সাৰ শালবাৰীৰ খাগ্ৰাবাৰীৰ দাস উপাধিৰ ১৪ বছৰীয়া কিশোৰীগৰাকীক বঙাইগাঁৱৰ অভয়াপুৰীৰ ১ নং শালমাৰা গাঁৱৰ বাসিন্দা আব্দুল আলীৰ পুত্ৰ আইদুল আলীয়ে প্ৰায়ে নিজকে ৰাহুল নাথ বুলি ভুৱা পৰিচয় দি কথা-বতৰা পাতি আহিছিল।

৮ জুনৰ দিনাখন বাক্সাৰ কালপানীৰ মোমায়েকৰ ঘৰলৈ গৈ থকা সময়ত কিশোৰীগৰাকীক ৰাহুল নাথ বুলি পৰিচয় দিয়া আইদুল আলীয়ে ৰাস্তাৰ পৰা বলপূৰ্বক কোনো অজ্ঞাত ঠাইলৈ উঠাই লৈ যায় আৰু এগৰাকী আত্মীয়ৰ ঘৰত ৰাখি দুই দিন ধৰি কিশোৰীগৰাকীক ধৰ্ষণ কৰে।

আনহাতে, গোপন সূত্ৰৰ পম খেদি ১০ জুনৰ দিনাখন ৰাইজে আইদুল আলীৰ সন্ধান উলিয়াই আৰু কিশোৰীগৰাকীক উদ্ধাৰ কৰে।

কিশোৰীগৰাকীৰ এজাহাৰৰ ভিত্তিত গোৱৰ্দ্ধনা আৰক্ষীয়ে লম্পট চৰিত্ৰৰ আইদুল আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটকাধীন যুৱকজনৰ বিৰুদ্ধে প’কচো আইনৰ ৪ নং ধাৰা মতে ভাৰতীয় দণ্ডবিধিৰ ৩৬৬/৩৭৬ ধাৰাৰ অধীনত কেচ নম্বৰ ১৫৩/১৯ ত এটা গোটৰ ৰুজু কৰিছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd