DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এইমছৰ বিশেষজ্ঞই কৰিলে সতৰ্ক: কোভিডৰ ফলত শৰীৰৰ প্ৰায় সকলো অংগৰেই ক্ষতি হ’ব পাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 28, 2020 10:15 am
554115-randeep-new-750x375-1

এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়া।

611
VIEWS
Share on FacebookShare on Twitter

কোভিডত আক্ৰান্ত হ’লে কেবল হাঁওফাঁওৱেই নহয়, শৰীৰৰ প্ৰায় সকলো অংগই ক্ষতিগ্ৰস্ত হ’ব পাৰে। সেইদৰে কৰ’না সংক্ৰমণ ঘটাৰ প্ৰাথমিক লক্ষণ বুকুৰ বিষ হ’ব বুলি কোনো কথা নাই।

এইমছৰ বিশেষজ্ঞসকলে এই কথা স্পষ্ট কৰি দিছে।

ইমানদিনে শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ বিষয়টোৰ ওপৰত ভিত্তি কৰি কোভিড সংক্ৰমণৰ ধাৰণা কৰা হৈছিল যদিও সেয়া কিমানদূৰ সঠিক আৰু তাৰ সৈতে আন অংগৰ প্ৰভাৱৰ বিষয়ো যোগ দিয়া উচিত বুলি বিশেষজ্ঞসকলে মতপোষণ কৰিছে।

এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়া, নিউৰ’লজি বিভাগৰ মুৰব্বী এম ভি শ্ৰীবাস্তৱকে ধৰি বিশেষজ্ঞ চিকিৎসকসকলে এইদৰে মত ব্যক্ত কৰিছে।

ডাঃ ৰণদীপ গুলেৰিয়াই কয় যে বিগত আঠ মাহত কোভিড সম্পৰ্কে বহু কথাই জানিব পৰা গৈছে।

সেই অনুসৰি, কোভিডৰ বিৰুদ্ধে ৰমকৌশল সলনি কৰিব লাগিব বুলিও দোহাৰে চিকিৎসকগৰাকীয়ে।

গুলেৰিয়াই কয় যে কেবল ভাইৰেল নিউমোনিয়াইনহয়, হাঁওফাঁওৰ উপৰিও আন বহু অংগত ইয়াৰ প্ৰভাৱ পৰে।

তেওঁ বাখ্যা কৰি কয় যে যিধৰণে শৰীৰত ভাইৰাছটো প্ৰৱেশ কৰে তাত কেবল হাঁওফাঁও নহয়, শৰীৰৰ আন অংগসমূহো আছে।

কোভিড লক্ষণ থকা এনে বহু ৰোগী আছে যিসকলৰ ষ্ট্ৰোক বা হাৰ্ট ব্লক হৈ পৰিছে।

বিশেষজ্ঞসকলে সেয়েহে কোভিডক লৈ বহু গৱেষণাৰ প্ৰয়োজনীয়া আছে বুলি স্বীকাৰ কৰে।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd