• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত অনুষ্ঠিত হ’ব অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠন, অসম কমিটিৰ ৰাজ্যিক সন্মিলন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2020 7:13 pm
AIMSS in tangla

এ আই এম এছ এছৰ প্ৰতিবাদী কাৰ্যসূচীৰ ফাইল ফ'টো, উৎস ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীত অনুষ্ঠিত হ’ব অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠন, অসম ৰাজ্যিক শাখাৰ তৃতীয়খন ৰাজ্যিক সন্মিলন।

এ আই এম এছ এছ অসম ৰাজ্যিক কমিটিৰ সভানেত্ৰী ইনা হুছেইন আৰু সম্পাদিকা বৰ্ণালী শৰ্মাই এক প্ৰেছ বা্ৰ্তাৰ যোগে জনাইছে যে অহা ইংৰাজী ২৪-২৬ ফেব্ৰুৱাৰি ২০২০ তাৰিখে গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই সন্মিলন দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে।

Apply Now

ক্ৰমবৰ্দ্ধমান নাৰী নিৰ্যাতন, ধৰ্ষণ, শিশু ধৰ্ষণ, গণধৰ্ষণ, হত্যা, ডাইনী সজাই হত্যা, নাৰী আৰু শিশুপাচাৰ বন্ধ কৰা, গণ মাধ্যমত অশ্লীলতা, অপসংস্কৃতিৰ ব্যাপক প্ৰচাৰ বন্ধ কৰা, দেশী-বিদেশী মদৰ লাইচেন্স আৰু মদৰ দোকানসমূহ বন্ধ কৰা, অষ্টম শ্ৰেণী পৰ্যন্ত পাছ-ফেইল প্ৰৰ্থা পুনৰ প্ৰচলন কৰা, মূল্যবৃদ্ধি ৰোধ কৰা, সকলোৰে বাবে বিনামূলীয়া শিক্ষা আৰু চিকিৎসা সেৱাৰ ব্যৱস্থা কৰাৰ দাবীত আৰু গোষ্ঠীবাদ, বিভাজনবাদ, সংকীৰ্ণতাবাদ, উগ্ৰ প্ৰাদেশিকতাবাদ আৰু সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ উদ্দেশ্যে এ আই এম এছ এছে অসম ৰাজ্যিক কমিটিৰ ৰাজ্যিক সন্মিলন আয়োজন কৰিছে বুলি জানিবলৈ দিছে।

২৪ ফেব্ৰুৱাৰিত অনুষ্ঠিতব্য মুকিল সভাখন উদ্বোধন কৰিব এ আই এম এছ এছৰ সৰ্বভাৰতীয় কমিটিৰ সভানেত্ৰী কমৰেড কেয়া দেই। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব সাহিত্য অকাডেমি বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে।

এ আই এম এছ এছৰ সৰ্বভাৰতীয় সম্পাদিকা কমৰেড ছবি মহান্তি আৰু অসম কমিটিৰ সম্পাদিকা কমৰেড বৰ্ণালী শৰ্মাই বক্তৃতা প্ৰদান কৰিবলগীয়া অনুষ্ঠানটোত প্ৰধান বক্তা হিচাপে উপস্থিত থাকিব এছ ইউ ইচ আই(কমিউনিষ্ট)দলৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক কমৰেড চন্দ্ৰলেখা দাসে।

২৫ আৰু ২৬ ফেব্ৰুৱাৰিত লক্ষ্মীৰাম বৰুৱা সদনত অসম ৰাজ্যিক কমিটিৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব। উক্ত সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব এছ ইউ চি আই(কমিনিউষ্ট)ৰ পলিটব্যুৰ’ৰ সদস্য কমৰেড অসিত ভট্টাচাৰ্য।

এ আই এম এছ এছ, অসম ৰাজ্যিক কমিটিৰ সভানেত্ৰী আৰু সম্পাদিকাই সন্মিলনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ ৰাজ্যৰ জনসাধাৰণৰ লগতে সকলো ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতীৰ প্ৰতি আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd