• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিজ কৰ্মচাৰী সকলৰ বাবে জিনছ আৰু টি-চাৰ্ট নিষিদ্ধ কৰিলে এয়াৰ ইণ্ডিয়াই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 27, 2020 6:39 pm

1 min read

নিজ কৰ্মচাৰী সকলৰ বাবে জিনছ আৰু টি-চাৰ্ট নিষিদ্ধ কৰিলে এয়াৰ ইণ্ডিয়াই
253
VIEWS
Share on FacebookShare on Twitter

এয়াৰ ইণ্ডিয়াই তেওঁলোকৰ কৰ্মচাৰী সকলক জিনছ আৰু টি-চাৰ্ট পৰিধান কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে।

২৫ আগষ্টত প্ৰকাশিত এক জাননীত এয়াৰ ইণ্ডিয়াই তেওঁলোকৰ কৰ্মচাৰী সকলৰ সাজ-পাৰ পৰিপাতি আৰু প্ৰফেশ্যনেল হোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। এইক্ষেত্ৰত কৰ্মচাৰী সকলে টি- চাৰ্ট, জিনছ, শ্লিপাৰছ আদি পৰিধান কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে।

আনহাতে, জাননী খনত পোচাক সমূহ পৰিস্কাৰ আৰু ইস্ত্ৰি কৰা হ’ব লাগিব বুলিও উল্লেখ কৰে।

এয়াৰ ইণ্ডিয়াৰ তৰফৰ পৰা কৰ্মচাৰী সকলক অবিনেষ্ট চুলি আদিৰ ক্ষেত্ৰতো পৰিচ্চন্নতা বজাই ৰখাৰ বাবে সকীয়নি দিয়ে।

যিসকল কৰ্মচাৰীয়ে এই নীতি-নিয়ম সমূহ উলংঘা কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও জাননীত উল্লেখ কৰা হৈছে।

তদুপৰি, এয়াৰ ইণ্ডিয়াৰ তৰফৰ পৰা তেওঁলোকৰ কৰ্মচাৰী সকলে সাজ-পাৰৰ ক্ষেত্ৰত সচেতন হৈ থাকিব বুলি আশা ব্যক্ত কৰে।

উল্লেখযোগ্য যে, ল’কডাউনৰ সময়ত এয়াৰ ইণ্ডিয়াই বিভিন্ন দেশত আৱদ্ধ হৈ থকা লোক সকলক নিজ দেশলৈ ওভতাই অনাৰ ক্ষেত্ৰত প্ৰধান ভূমিকা পালন কৰিছিল।

Recent News

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd