• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’না আতংক; চীনত আবদ্ধ ৪২৩ গৰাকী ভাৰতীয়ক লৈ দিল্লীত উপস্থিত এয়াৰ ইণ্ডিয়াৰ বিমান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 1, 2020 8:16 am

2 min read

AIR India

যাত্ৰীৰ সৈতে এয়াৰ ইণ্ডিয়াৰ বিমান

1.8k
VIEWS
Share on FacebookShare on Twitter

চীনত অব্যাহত থকা ক’ৰ’না ভাইৰাছৰ সংহাৰৰ সময়ত দেশখনৰ বুহান প্ৰদেশত বন্দী হৈ থকা ভাৰতীয় লোকসকলক লৈ ভাৰতত উপস্থিত হৈছে এয়াৰ ইণ্ডিয়াৰ ডবল ডেকাৰ জম্বো ৭৪৭ বিমান।

শুকুৰবাৰে নিশা ৪২৩ গৰাকী যাত্ৰীক লৈ এয়াৰ ইণ্ডিয়াৰ বিমানখনে চীনৰ বুহানৰ পৰা ভাৰত অভিমুখে উৰা মাৰিছিল।

বিমানখনত দিল্লীৰ ৰাম মনোহৰ লোহিয়া হস্পাতালৰ পাঁচ গৰাকী চিকিৎসকৰ দল এটাও মজুত আছিল।

চিকিৎসকৰ দলটোৰ উপৰিও পেৰা মেডিকেল দলো উপস্থিত আছিল।

ইয়াৰোপৰি, ভাৰতীয় চিকিৎসকৰ দলটোৱে পাঁচবিধ প্ৰয়োজনীয় ঔষধ, মাস্ক আদি সামগ্ৰীও লৈ গৈছিল।

চীনৰ পৰা ভাৰতীয় লোকসকলক লৈ শুকুৰবাৰে নিশা উৰা মৰা বিমানখনে শনিবাৰে ৰাতিপুৱা ৭ বজাত নতুন দিল্লীত উপস্থিত হয়।

উল্লেখযোগ্য যে, চীনৰ বুহান প্ৰদেশৰ প্ৰান্তীয় ৰাজধানী হুবেই ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ মুখ্য অঞ্চল হিচাপে বিবেচিত হৈছে।

জানিব পৰা মতে, উক্ত অঞ্চলত ভাৰতৰ প্ৰায় ৭০০ গৰাকী লোক আছে।

এই ৭০০ গৰাকী ভাৰতীয় লোকৰ ভিতৰত অধিকাংশই চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আৰু গৱেষক ছাত্ৰ।

নিউজ এজেঞ্চি পিটিআইৰ ৰিপোৰ্ট অনুসৰি ইতিমধ্যে বহু ভাৰতীয় ছাত্ৰই উৎসৱ আৰু ছুটীৰ বাবে নিজৰ দেশলৈ উভতি আহিছে।

চীনৰ বুহান প্ৰদেশৰ বিমান বন্দৰ সাময়িকভাৱে বন্ধ কৰি ৰখা হৈছিল যদিও চীনত আবদ্ধ হৈ থকা বিভিন্ন দেশৰ যাত্ৰীসকলক নিজ নিজ দেশলৈ ওভটাই অনাৰ বাবে বিমান বন্দৰটো মুকলি কৰি দিয়া হৈছিল।

চীনৰ পৰা আহি ভাৰতত উপস্থিত হোৱা ৪২৩ গৰাকী লোকৰ আজি শৰীৰৰ পৰীক্ষণ সম্পন্ন কৰা হ’ব।

Recent News

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd