DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home আন্ত: ৰাষ্ট্ৰীয়

১০ হাজাৰ ফুট উচ্চতাত হঠাৎ খোল খালে উৰাজাহাজৰ পিছফালৰ দৰ্জা: তললৈ বাগৰি পৰিল যাত্ৰীৰ বয়-বস্তু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2023 8:57 pm
Aircraft. Back door opened

প্ৰতিনিধিত্বমূলক ছবি

154
VIEWS
Share on FacebookShare on Twitter

১০ হাজাৰ ফুট উচ্চতাত উৰন্ত অৱস্থাত আছিল যাত্ৰীবাহী উৰাজাহাজখন। হঠাৎ খোল খাই গ’ল উৰাজাহাজখনৰ পিছফালৰ দুৱাৰখন। লগে লগে পিছ দুৱাৰেদি যাত্ৰীৰ সামগ্ৰী বাগৰি পৰি আকাশত উৰিবলৈ লাগিল। বিমানখনৰ ভিতৰলৈ তীব্ৰ গতিৰে সোমাই আহিল বতাহ। এই অনাকাংক্ষিত পৰিস্থিতিত পৰি আতংকত জীৱ যাও-যাও অৱস্থা হ’ল যাত্ৰীসকলৰ।

ৰাছিয়াৰ এন এন-২৬-১০০ নামৰ উৰাজাহাজখনত সংঘটিত হৈছে এই ভয়াৱহ কাণ্ড। এয়াৰএৰ’ কোম্পানীৰ বিমান এন এন-২৬-১০০ এ চাইবেৰিয়াৰ মাগান চহৰৰ পৰা মাদাগানলৈ যোৱাৰ বাটত সংঘটিত হয় এই দুৰ্ঘটনাটো।

জানিব পৰা মতে ২৫ জন যাত্ৰী আছিল এই বিানখনত। ঘটনাৰ সমগ্ৰ দৃশ্য কেমেৰাত বন্দী কৰিছে বিমানখনৰ এগৰাকী যাত্ৰীয়ে।

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, বিমানৰ ক্ৰুৱে দুৱাৰখন খুলি যোৱা দেখা পোৱাৰ পিছত বিমানৰ কৰ্মচাৰীসকলে বিমানখনক পুনৰ মেগানলৈ নিয়াৰ পৰিকল্পনা কৰে।

পাইলটে দক্ষতাৰ পৰিচয় দি দ্ৰুতগতিত বিমানখন নিৰাপদে মেগান চহৰত অৱতৰণ কৰে। এই ঘটনাত অৱশ্যে কোনো যাত্ৰী আহত হোৱা নাই বুলি বিমান সংস্থাটোৱে জানিবলৈ দিয়ে।

কিন্তু আকাশ মাৰ্গত বিমানখনৰ দুৱাৰখন খোল খাই যোৱা ঘটনাৰ বাবে এতিয়া যাত্ৰীসকলৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে। চলন্ত বিমানখনৰ দুৱাৰ কেনেকৈ খোল খাই গ’ল সেই সন্দৰ্ভত তদন্ত কৰা হ’ব বুলি এয়াৰ এৰ’ই জানিবলৈ দিছে।

উল্লেখ্য যে ১৯৭৯ চনৰ পৰাই চাইবেৰিয়াত নিয়মীয়াকৈ চলি আছে ২৬ জন যাত্ৰী কঢ়িয়াব পৰা এই বিমানখন।

Recent News

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd