• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জটিল ৰোগত আক্ৰান্ত বৰপেটা চহৰৰৰ এগৰাকী ব্যক্তিলৈ আৰ্থিক সহায় এ আই য়ু ডি এফৰ

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , September 7, 2020 8:45 pm

2 min read

জটিল ৰোগত আক্ৰান্ত বৰপেটা চহৰৰৰ এগৰাকী ব্যক্তিলৈ আৰ্থিক সহায় এ আই য়ু ডি এফৰ

ফটো : নৰ্থ-ইষ্ট নাও

190
VIEWS
Share on FacebookShare on Twitter

বৰপেটা চহৰৰ ঘোঁৰামাৰা হাটীৰ এটি দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি জিতু দাসে জটিল ৰোগত আক্ৰান্ত হৈ বিগত এমাহ ধৰি শয্যাগত হৈ থকাৰ পিছত আজি জিতু দাসৰ বাসগৃহত উপস্থিত হয় এ আই য়ু ডি এফ দলৰ এটি দল৷

উল্লেখ্য যে, ঘোঁৰামাৰা হাটীৰ জিতু দাস নামৰ শ্ৰমিকজনে জটিল ৰোগত আক্ৰান্ত হৈ থকা খবৰটো স্থানীয় সাংবাদিক পুলেন্দ্ৰ দাসে এ আই য়ু ডি এফ দলৰ জিলা সভাপতি মুফতি ছামচুদ্দিন আহমেদ কাচিমী আৰু সাধাৰণ সম্পাদক আশ্ৰাফুল মামুনক অৱগত কৰোৱায়৷

লগতে পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তিজনৰ চিকিৎসাৰ বাবে আজমল ফাউণ্ডেচনৰ পৰা সহায় কৰাৰ বাবে এ আই য়ু ডি এফ দলৰ জিলা সভাপতি আৰু সাধাৰণ সম্পাদকক আহ্বান জনাই সাংবাদিক গৰাকীয়ে৷

সাংবাদিক গৰাকীৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি আজি পুৱাৰ ভাগত এ আই য়ু ডি এফ দলৰ জিলা সভাপতি মুফতি ছামচুদ্দিন আহমেদ কাচিমী আৰু সাধাৰণ সম্পাদক আশ্ৰাফুল মামুনৰ নেতৃত্বত যোৱা প্ৰতিনিধিৰ দলটিয়ে জিতু দাসৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লোৱাৰ লগতে পৰিয়ালটোৰ সদস্যৰ সৈতে কিছু আলোচনা কৰে৷

জিতু দাসৰ চিকিৎসা প্ৰদানৰ বাবে নেতা দুগৰাকীয়ে ব্যক্তিগতভাৱে আজি দহ হাজাৰ টকা প্ৰদান কৰে৷

জিতু দাসৰ চিকিৎসাৰ বাবে আজমল ফাউণ্ডেশ্যনৰ পৰা আৰ্থিক অনুদান অনাৰ ক্ষেত্ৰত দলৰ মুৰব্বী বদৰুদ্দিন আজমলৰ লগত আজিয়েই টেলিফোনিক বাৰ্তালাভ কৰিব বুলি জানিবলৈ দিয়ে প্ৰতিনিধিৰ দলটিয়ে৷

শয্যাগত হৈ থকা জিতু দাসৰ চিকিৎসাৰ বাবে সদাশয় লোকসকলকো সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনায় আশ্ৰাফুল মামুনে৷ প্ৰতিনিধিৰ দলটোৰ সৈতে সাংবাদিক ছফিক আহমেদো উপস্থিত থাকে।

Recent News

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd