• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘পাকিস্তান জিন্দাবাদ’ নহয়, ‘আজিজ খান জিন্দাবাদ’ ধ্বনিহে দিয়াৰ দাবী এআইয়ুউডিএফৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 6, 2020 3:11 pm
a pakistan
2k
VIEWS
Share on FacebookShare on Twitter

শিলচৰৰ বিমান বন্দৰত আজমলক আদৰণি জনোৱাৰ সময়ত এ আই য়ু ডি এফ দলৰ কৰ্মীয়ে ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়া বুলি সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি পোনচাটে অস্বীকাৰ কৰিছে দলটোৱে।

টুইটাৰ যোগে এ আই য়ু ডি এফৰ তৰফৰ পৰা স্পষ্ট কৰি দি কোৱা হৈছে যে কৰ্মীসকলে ‘পাকিস্তান জিন্দাবাদ’ নহয়, ‘আজিজ খান জিন্দাবাদ’  বুলিহে ধ্বনি দিছিল। আজিজ খানকে পাকিস্তান বুলি একাংশই  ভুল বাখ্যা কৰা বুলি দলটোৱে স্পষ্ট কৰি দিছে।

উল্লেখ্য আজমলক আদৰিবলৈ যোৱা কিছু সংখ্যক আজমলৰ সমৰ্থকে তথা এ আই য়ু ডি এফ দলৰ কৰ্মীৰ মুখত পাকিস্তান জিন্দাবাদ বুলি দিয়া ধ্বনি স্পষ্টকৈ ভিডিঅ’টোত প্ৰকাশ পোৱা বুলি বহুতে অভিযোগ কৰিছে।

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ভিডিঅ’টো।

আৰক্ষী-অৰ্ধ সামৰিক বাহিনীৰ উপস্থিতি তথা সন্মুখতে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ পিছতো সেই লোকসকলৰ বিৰুদ্ধে কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও বহুতে কৈছে।

কিছুদিন পূৰ্বে আৰৱী ভাষাৰ বেনাৰক কেন্দ্ৰ কৰি বিতৰ্কত সোমোৱা বদৰুদ্দিন আজমল পুনৰ এক নতুন বিতৰ্কত সোমাই পৰিছে।

তেওঁৰ সন্মুখত কিদৰে পাকিস্তান জিন্দাবাদ দিবলৈ সাহস কৰিলে বা তেওঁ কিয় এবাৰো বাধা নিদিলে বুলিও  বহুতে প্ৰশ্ন উত্থাপন কৰিছে।

ড০ হিমন্ত বিশ্ব শৰ্মাইয়ো এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

নিজৰ ফেইচবুক পেইজৰ পৰা তেওঁ আপলোড কৰিছে এই ভিডিঅ’টো।

ইয়ে কংগ্ৰেছক ভালদৰে উদঙাই দিছে যিয়ে মিত্ৰতা কৰি এনে শক্তিক উৎসাহিত কৰি আছে বুলিও কটাক্ষ কৰে হিমন্তই।

“আমি ইয়াৰ বিৰুদ্ধে সৰ্বতোপ্ৰকাৰে যুঁজ দিম।” হিমন্তই এইদৰে কয়।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd