• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোৱালপাৰাত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত: ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষত এআইইউডিএফৰ নেতা

নীলমনি শর্মা by নীলমনি শর্মা
January 5, 2021 7:18 am
IMG_20210104_121421

ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপাৰা জিলাৰ চতুৰ্দিশে অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ৷ বিগত প্ৰায় ত্ৰিশ বছৰে ধাৰাবাহিকভাৱে চলি থকা বনৰীয়া হাতীৰ সন্ত্ৰাসত একপ্ৰকাৰ দিশহাৰা হৈ উঠিছে জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ বাসিন্দা ৷

বন্যহস্তীয়ে ইতিমধ্যে জিলাখনৰ ধূপধৰা,ৰংজুলি,দৰংগিৰি, টিপলাই, শালপাৰা, দুধনৈ, গুৰিয়া, লালাবৰী, কৃষ্ণাই, আগিয়া, পোলমাৰি আদি অঞ্চলত ঘৰ দুৱাৰ ভাঙি, খেতি বাতি বিনষ্ট কৰি ধ্বংসলীলা চলোৱাৰ বিপৰীতে বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে বহু নিৰীহ লোক ৷

Apply Now

নৱবৰ্ষতো জিলাখনৰ ভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ৷ কৃষ্ণাই অঞ্চলো ইয়াৰ ব্যতিক্ৰম নহয় ৷

পহিলা জানুৱাৰীৰ নিশাই কৃষ্ণাইৰ কাষৰীয়া তথা মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত হাৰিমূৰা মাগুৰমাৰিত ধ্বংসলীলা চলায় এজাক বনৰীয়া হাতীয়ে ৷

ইয়াৰ বিপৰীতে ২ জানুৱাৰীৰ সন্ধিয়া পৰতে লালাবৰিৰ কদমতোলাত বন্যহস্তীয়ে বহু ঘৰ দুৱাৰ ধ্বংস কৰাৰ লগতে কিৰণ বালা ৰাভা নামৰ এগৰাকী মহিলাক গচকি হত্যা কৰে ৷

যোৱা নিশাও এজাক হাতীয়ে সন্ত্ৰাস চলায় কৃষ্ণাইৰ নিচেই কাষৰীয়া তথা আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত টুকুৰা প্ৰথম খণ্ডৰ জিনাৰী নৈৰ পাৰত অৱস্থিত একাধিক পৰিয়ালৰ বাসগৃহত ৷

ফফংগা গাওঁ পঞ্চায়তৰ অন্তৰ্গত গাওঁখনত বন্যহস্তীয়ে চলোৱা আক্ৰমণত ছহিদু আলী, হাবিজুল আলী, ইমান আলী আৰু টুকুৰা দ্বিতীয় খণ্ডৰ চুৱান আলী আৰু মতলেৱ আলীৰ পৰিয়াল কেইটা সম্পূৰ্ণ ৰূপে গৃহহীন হৈ পৰে ৷

ইয়াৰ বিপৰীতে বনৰীয়া হাতীৰ জাকটোৱে গাওঁখনৰ প্ৰায় পঞ্চাশ বিঘা ইৰি ধানৰ কঠীয়া বিনষ্ট কৰে ৷

ইফালে বনৰীয়া হাতীৰ কবলত পৰি গৃহহাৰা হোৱা পৰিয়াল সমূহৰ কাষত সাহায্য সামগ্ৰী সহ উপস্থিত হয় এআইইউডিএফৰ জিলা উপ সভাপতি মাছিদুল ইছলামে ৷ নেতা গৰাকীয়ে নিজৰ গাঁঠিৰ ধন ভাঙি পৰিয়াল সমূহৰ মাজত চাউল,বিস্কুট আদি সামগ্ৰী বিতৰণ কৰে ৷

মাছিদুল ইছলামে পৰহি হাৰিমুৰা মাগুৰমাৰি অঞ্চলৰ বন্যহাতীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত পৰিয়াল কেইটাৰ মাজতো খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ মাছিদুল ইছলামৰ মহানুভৱতাৰ ৰাইজে শলাগ লৈছে ৷

নীলমনি শর্মা

নীলমনি শর্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd