DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফেৰী সেৱাৰ আধুনিকীকৰণ; বিশ্ব বেংকৰ ৬৩০ কোটি টকাৰ ঋণ অসম আভ্যন্তৰীণ জল পৰিবহণ বিভাগক

এন ই নাও নিউজ by এন ই নাও নিউজ
January 18, 2020 1:00 pm
ferry service

ফেৰী সেৱা

2.2k
VIEWS
Share on FacebookShare on Twitter

ব্ৰহ্মপুত্ৰ আৰু অন্য নদী সমূহত যাত্ৰীবাহী ফেৰী সেৱা আধুনিকীকৰণ কৰাৰ বাবে বিশ্ব বেংকে অসম আভ্যন্তৰীণ জল পৰিবহণ বিভাগক ৬৩০ কোটি টকাৰ ঋণ প্ৰদান কৰিছে।

‘‘অসম আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ প্ৰকল্পৰ অধীনত ফেৰী সেৱাৰ আন্তঃগাথনিৰ উন্নত হ’ব,’’ এগৰাকী বিষয়াই শুকুৰবাৰে কয়।

বিষয়াগৰাকীয়ে ফেৰীৰ সংখ্যা বৃদ্ধিৰ লগতে আধুনিক পৰিসেৱা উপলব্ধ কৰা হ’ব বুলিও কয়।

সু-সজ্জিত আৰু মিতব্যয়ী ফেৰীয়ে জল পৰিবহন সেৱাক জনসাধাৰণৰ বাবে অধিক ফলপ্ৰসু কৰি তুলিব বুলি বিষয়া গৰাকীয়ে লগতে দাবী কৰে।

উল্লেখযোগ্য যে, অসম আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফেৰী সেৱাক আধুনিকীকৰণ কৰাৰ বাবে গ্ৰহণ কৰা প্ৰকল্পৰ মুঠ বাজেট হ’ল ৭৭০ কোটি টকা যাৰ ভিতৰত ৬৩০ কোটি টকা বিশ্ব বেংকে প্ৰদান কৰিছে।

নতুন দিল্লীত বিত্ত আৰু অৰ্থনৈতিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিৱৰ উপস্থিত অসম আভ্যন্তৰীণ জল পৰিবহণ বিভাগ আৰু বিশ্ব বেংকৰ ভাৰতৰ নিৰ্দেশকে ঋণৰ চুক্তিত স্বাক্ষৰ কৰে।

যাত্ৰী সকলৰ নিৰাপত্তা আৰু সুৰক্ষা আদি দিশ সমূহৰ প্ৰতি মূলত লক্ষ্য ৰাখি ফেৰী সেৱা আধুনিকীকৰণ কৰাৰ বাবে প্ৰকল্প গ্ৰহণ কৰা হৈছে।

Recent News

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd