• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুখৰ দিনত সহায়ৰ হাত আগবঢ়োৱা কংগ্ৰেছলৈ পিঠি দি বিজেপিত শৰণ ল’লে অজন্তা নেওগে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 29, 2020 2:42 pm
c1ae1c9c-c372-4437-b67e-8d6d0680e486
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘এটা খোলা মন লৈ বিজেপিলৈ আহিছো; ন বোৱাৰীৰ দৰে সকলোৱে আদৰি ল’ব।‘ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰি ভাষণ প্ৰসংগত এইদৰে কয় প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগে।

দলৰ মজিয়ালৈ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকীক আদৰণি জনায় সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাই।

Apply Now

ইপিনে, ভাষণ প্ৰসংগত তেওঁ ‘আজি এটা নতুন ৰাস্তাত খোজ দিলো।‘ বুলি উল্লেখ কৰি লগতে কয় ‘ৰাজনীতিত সুদীৰ্ঘ সময় আছো আৰু এটা প্ৰতিকূল পৰিস্থিতিত ৰাজনীতিলৈ আহিছিলো। মন্ত্ৰীৰ দায়িত্তব থাকোতে বা কংগ্ৰেছত থকাৰ সময়তো  কোনো স্বাৰ্থ নোহোৱাকৈ অতি নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছিলো।‘

তেওঁ আৰু কয় ‘কোনো পূৰ্ব চৰ্ত নথকাকৈ খোলা মনোভাৱৰে আজি আপোনালোকৰ মজিয়ালৈ আহিছো। নতুন ঘৰখনৰ মজিয়ালৈ আহিছো। যেতিয়া ঘৰখনৰ ভিতৰলৈ আহিছো গতিকে সকলো সদস্যই সম-মৰ্য্যদাৰে এটা পৰিৱেশত থাকিব লাগে। মোক সন্মানসহকাৰে ৰাখিব লাগিব বুলি বিজেপিক পুৰ্বচৰ্ত দিছিলো।‘

‘এখন ঘৰত থাকি আন এখন ঘৰত আহিছো। এগৰাকী বোৱাৰীয়ে যেতিয়া নতুনকৈ ঘৰখনত খোজ দিয়ে তেওঁৰ যি অনুভৱ হয় সেই একেই অনুভৱ মোৰ হৈছে।‘ অজন্তাই এইদৰে কয়।

এতিয়া বিজেপিৰ নেতাসকল অজন্তাৰ বাবে অভিভাৱক বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘এই অভিভাৱকত্বৰে মোক পথ দেখুৱাব লাগিব। ভাৰতীয় জনতা পাৰ্টীৰ ভৱিষ্যত দৰ্শন আছে যিটো আমাৰ কাৰণে অতি দৰকাৰ। ৰাজনৈতিক দৰ্শন নথকা দল এটাই কেতিয়াও আগবাঢ়ি যাব নোৱাৰে।‘

ইপিনে, কংগ্ৰেছ ত্যাগৰ এটা কাৰণ বাখ্যা কৰি অজন্তাই কয় ‘ যিটো দলত আছিলো সেইটো দলত মানুহৰ মাজত ব্যৱধান বৃদ্ধি হৈছে। মই বৰ আঘাত পালো। ২০ বছৰ ধৰি যিটো দলত আছিলো তাত যিখিনি মই মৰ্য্যদা পাব লাগিছিল সেই মৰ্য্যদাত আঘাত হ’ল। সেয়েহে ততাতৈয়াকৈ বিজেপিত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰিলো। বিজেপিত যোগদান কৰাটো পূৰ্ব পৰিকল্পিত নাছিল।‘

প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগৰ লগতে লক্ষীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজদ্বীপ গোৱালা আৰু গৌৰীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়েও আজি  বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd