DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, September 23, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰসঙ্গ মণিপুৰ: মুখ্যমন্ত্ৰীৰ তুচ্ছবাচ্যক সমালোচনা অজিৎ কুমাৰ ভূঞাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2023 8:05 pm
Himanta Biswa Sarma on Manipur
4.3k
VIEWS
Share on FacebookShare on Twitter

অগ্নিগৰ্ভৰ মণিপুৰৰ নৃশংস নাৰী উৎপীড়ন কাণ্ডই হতভম্ব কৰি তুলিছে সমগ্ৰ দেশক। এই ঘটনাই লজ্জানত কৰিছে মানৱ সমাজক। এই চৰম ঘৃণনীয় কাণ্ডৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতো বিগত দুমাহ ধৰি সংঘৰ্ষ বিধ্বস্ত মণিপুৰ সন্দৰ্ভত নিমাত কেন্দ্ৰীয় চৰকাৰক দায়িত্ব সোঁৱৰাবলৈ বাধ্য হৈ পৰে উচ্চতম ন্যায়ালয়।

কিন্তু দেশজুৰি সৃষ্টি হোৱা চাঞ্চল্যৰ সময়তে মণিপুৰ কাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল এক উদ্ভট মন্তব্য। মণিপুৰৰ নাৰী উৎপীড়ন কাণ্ডক সমগ্ৰ দেশে ধিক্কাৰ জনোৱাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাৰ প্ৰতিক্ৰিয়া দিবলৈ গৈ কংগ্ৰেছ শাসিত ৰাজস্থান, ছত্তীশগড় আৰু তৃণমূল শাসিত পশ্চিম বংগতো ধৰ্ষণ হয় বুলি আজৱ মন্তব্য কৰে।

হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যই স্বাভাৱিকতেই হচকিত কৰি তোলে সচেতন ৰাইজক। মুখ্যমন্ত্ৰীৰ দৰে সাংবিধানিক পদত অধিষ্ঠিত হোৱাৰ পাছতো এনে বিতৰ্কিত মন্তব্যৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই।

এই সংবাদ মেল যোগে সাংসদ অজিত কুমাৰ ভূঞাই হিমন্ত বিশ্ব শৰ্মাই এনে আজৱ মন্তব্যৰে প্ৰতিগৰাকী গৰ্বিত অসমীয়াক লজ্জিত কৰে বুলি মন্তব্য কৰে। তেওঁ কয়, “আজি মই এজন লজ্জিত অসমীয়া ৰুপে গভীৰ দুখেৰে আপোনালোকক সম্বোধন কৰিছো।”

“মোৰ, আমাৰ মুখ্যমন্ত্ৰীয়ে ৰাজস্থান আৰু পশ্চিমবংগতো ধৰ্ষণ হয় বুলি কৈ মনিপুৰৰ ঘটনাক যিদৰে নায্যতা প্ৰদান কৰিব বিচাৰিলে ই প্ৰতিজন গৰ্বিত অসমীয়াক আজি লজ্জানত কৰিলে৷ ৰাজনীতিয়ে তেওঁক ইমান তললৈ লৈ যাব বুলি মই ভাবিবই পৰা নাছিলো।”- সাংসদ অজিত ভূঞাই কয়।

“নিজকে উত্তৰপূৰ্বাঞ্চলৰ চানক্য বুলি ভবা নেতাজনে আজি তিনিমাহে মনিপুৰত জলা জুই নুমুৱাব পৰা নাই আৰু আজি যেতিয়া এটা ভিডিঅ’ই ভাৰতৰ মানুহৰ সামূহিক বিবেকক জোকাৰী গৈছে সেই সময়ত মই মোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ পৰা এনে তুচ্চ কথা আশা কৰা নাচিলো” বুলিও অজিত কুমাৰ ভূঞাই লগতে মন্তব্য কৰে।

আনহাতে উত্তৰ-পূবৰ ৰাজনীতিত চাণক্য বুলি হিমন্ত বিশ্ব শৰ্মাক যি অভিধাৰে সততে চৰ্চিত হয়, এই অভিধাকো কটাক্ষ কৰি মুখ্যমন্ত্ৰী শৰ্মাৰ চাণক্যগিৰি বিধায়ক কিনাবেচা অথবা সন্ত্ৰাসবাদী সংগঠনৰ লগত নিৰ্বাচনত জিকাৰ বাবে বিধান কৰাতেই সীমাবদ্ধ নেকি বুলি প্ৰশ্ন কৰে সাংসদ ভূঞাই।

Recent News

India vs Australia

অনবদ্য ভাৰত: ম’হালীত থমকিল অষ্ট্ৰেলিয়া

চলন্ত টেক্সিত দলৱদ্ধভাবে ধৰ্ষণ ১৪ বছৰীয়া কিশোৰীক, গ্ৰেপ্তাৰ দুই অভিযুক্ত

চলন্ত টেক্সিত দলৱদ্ধভাবে ধৰ্ষণ ১৪ বছৰীয়া কিশোৰীক, গ্ৰেপ্তাৰ দুই অভিযুক্ত

Ramesh Bidhuri Danish Ali

ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান

বিপদ! নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ ভূমিস্খলন

বিপদ! নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ ভূমিস্খলন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd