• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনকাউন্টাৰৰ জৰিয়তে ৰাজ্যখনক তৃতীয় স্থানলৈ আনিবলৈ সফল হ’ল মুখ্যমন্ত্ৰী- অজিত কুমাৰ ভূঞা

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
February 21, 2022 4:18 pm
Ajit Kumar Bhuyan criticized CM Himanta Biswa Sharma
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই এক সংবাদমেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনকাউন্টাৰৰ জৰিয়তে ৰাজ্যক দেশৰ ভিতৰতে তৃতীয় স্থানলৈ আনিবলৈ সফল হ’ল বুলি অভিযোগ কৰে।

তেওঁ কয় “মুখ্যমন্ত্ৰীয়ে অসমক দেশৰ ভিতৰত ৩ নম্বৰ ৰাজ্যলৈ আনিব বুলি নিৰ্বাচনত দাংকোপ মাৰিছিল। কিন্তু ই কিমান দূৰ সফল হ’ল সেই কথা লক্ষ্যণীয়। কিন্তু এনকাউন্টাৰৰ জৰিয়তে ৰাজ্যখনক ৩ নম্বৰ স্থানলৈ আনিবলৈ তেওঁ সফল হ’ল।

Apply Now

“কীৰ্তি কমল বৰাৰ এনকাউন্টাৰৰ ঘটনাই বহু লোকৰ চকু খুলি দিলে। তেতিয়াহে এনকাউন্টাৰ সমৰ্থন কৰা বহু লোকে বুজিলে যে এনকাউন্টাৰ ৰাজনীতি কিমান ভয়ংকৰ হ’ব পাৰে।”- অজিত ভূঞাই কয়।

হিমন্ত বিশ্বৰ চৰকাৰৰ আমোলত অসমৰ সাধাৰণ মানুহৰ জীৱনৰ নিৰাপত্তা শূণ্য হৈ পৰিছে বুলি উল্লেখ কৰি ভূঞাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আইন-কানুন, বিচাৰক সকলো হৈ পৰিছে বুলি অভিযোগ কৰে।

“হিমন্ত বিশ্ব শৰ্মা পুলিচৰ সেনাপতি ৰূপত অৱৰ্তীৰ্ণ হৈছে। মুখ্যমন্ত্ৰী গৰাকীয়ে বিৰোধী শক্তিৰ বাহিনীক আওঁপকীয়াকৈ হত্যা কৰিবলৈ পুলিচ বাহিনীক টিগাৰ টিপিবলৈ উৎসাহিত কৰিছে।”

“চৰকাৰৰ অপকৰ্মৰ বিৰুদ্ধে অসমৰ ৰাইজ প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে। কিন্তু প্ৰতিবাদ কৰিবলৈ ওলাই অহা লোকসকলক ভাবুকি দিবলৈ পুলিচক টিগাৰ টিপিবলৈ ট্ৰেইনিং দিছে মুখ্যমন্ত্ৰীয়ে।”

“অসমত মানুহে এতিয়া মুকলিকৈ কথা ক’বলৈ ভয় কৰে। মুকলিকৈ কথা কোৱাৰ এতিয়া অসমত অৱকাশ নাই। ক্ষমতাই মূৰত ধৰা অপৰিপক্ক ৰাজনীতিকে ক্ষমতা হেৰুৱাৰ ভয় খালে এনেধৰণৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰে আৰু হিমন্ত বিশ্ব শৰ্মা ইয়াৰ উদাহৰণ।”

অসমৰ জনতা ৮০ আৰু ৯০ দশকলৈ উভতি যাব নিবিচাৰে বুলি মন্তব্য কৰি প্ৰতিটো এনকাউন্টাৰৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰে অজিত কুমাৰ ভূঞাই।

কীৰ্তি কমল বৰাক বিনা দোষত গুলিওৱাৰ অপৰাধত অতি সোনকালে আনন্দ মিশ্ৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে বুলি দাবী জনায় তেওঁ। লগতে হিমন্তৰ আশীৰ্বাদত আনন্দ মিশ্ৰই সমাজ সংস্কাৰৰ সমগ্ৰ দায়িত্ব লৈছিল বুলিও অভিযোগ কৰে অজিত ভূঞাই।

আনহাতে ক্ষমতা বিকেন্দ্ৰীকৰণ নীতিৰ আধাৰত দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশাসনিক ব্যৱস্থা পঞ্চায়ত তথা পৌৰ সভা আৰু নিগম হিমন্ত বিশ্ব শৰ্মাৰ আমোলত আটাইতকৈ শোষিত আৰু অৱহেলিত বুলি অভিযোগ কৰিছে ভূঞাই।

হিমন্ত বিশ্ব শৰ্মাই মোদীৰ ‘সবকা সাথ সবকা বাত’ৰ সুৰত সুৰ মিলাই আওৰালেও এইয়া মাত্ৰ শ্ল’গানতে সীমাবদ্ধ থকাৰ অভিযোগ কৰি ভূঞাই প্ৰশাসনৰ আটাইতকৈ নিম্ন পৰ্যায়ত কাম কৰি যোৱা পঞ্চায়ত কৰ্মচাৰীৰ মৰ্মবেদনা বুজিবলৈ আহ্বান জনায়।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd