• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মিথ্যা চৰকাৰৰ অৰ্থনৈতিক বিকাশৰ দাবী! আন্তঃগাঁথনিৰ অখণ্ডতাক লৈ উদ্বেগ প্ৰকাশ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2025 2:50 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি বুলি দাবী কৰাৰ সময়তে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে আন্তঃগাঁথনিৰ গুৰুতৰ উদ্বেগক আলোকপাত কৰি বৰ্তমানৰ পৰিকাঠামোৰ কাৰ্য্যক্ষমতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। বাৰিষাৰ এই সময়ত পথ আৰু দলং ভাঙি পৰাৰ দৰে ঘটনাৰ কেইবাখনো  বিশদ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে এই মন্তব্য অজিত পাৱাৰৰ।

পুনেত প্ৰফেচনেল ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰ এছ’চিয়েশ্যনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সৰ নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ বিচ্ছিন্ন ফৈদৰ সদস্য পাৱাৰে অৰ্থনৈতিক বিকাশ সন্দৰ্ভত কৰা দাবীক প্ৰত্যাহ্বান জনায় কয় “আমি তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ পথত আগবাঢ়িছো বুলি দাবী কৰাৰ চৰকাৰে অট্টালিকা আৰু দলং বাৰে বাৰে ভাঙি পৰাৰ বাবে জবাবদিহিতা হ’ব নে?

Apply Now

 প্ৰকাশিত প্ৰতিবেদন অনুসৰি, মোদীৰ বিকশিত দেশত ১০ জুলাইত গুৰুগ্ৰামৰ এখন ট্ৰাক প্ৰচণ্ড বৰষুণৰ ফলত পথত গঠিত বিশাল গাঁতত পৰি যোৱাৰ বিপৰীতে ৰাজস্থানৰ ঝুনঝুনু জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বাঘৱালী-ঝাজ পথটো কাটলী নদীয়ে বুৰাই পেলাইছিল। ইয়াৰ এদিন পূৰ্বে বদোদৰাৰ মহিসাগৰ নদীৰ ওপৰত এখন দলঙৰ এটা অংশ ভাঙি যোৱাৰ ফলত ২০ জন লোকৰ মৃত্যু হৈছিল। লগতে, শেহতীয়াকৈ মুম্বাইত ২৫০ কোটি টকা ব্যয় সাপেক্ষে উদ্বোধন কৰা এখন উৰণীয়া সেতু উদ্বোধনৰ কিছু সময়ৰ পিছতে বিপজ্জনক গাঁতৰ সৃষ্টি হয়, যাৰ ফলত বাইক আৰোহীৰ দুৰ্ঘটনা সংঘটিত হয়।

উল্লেখযোগ্য যে ১৫ জুনত পুনেৰ ইন্দ্ৰায়নী নদীৰ ওপৰত এখন লোহাৰ দলং ভাঙি চাৰিজন লোকৰ মৃত্যু হয় আৰু ওড়িশাত ৬০ কোটি টকা ব্যয়ৰে নিৰ্মিত উৰণীয়া সেতু নিৰ্মাণ আৰম্ভ হোৱাৰ দুমাহ নৌহওঁতেই ভাঙি পৰে।

পাৱাৰে চৰকাৰক সকীয়াই দি কয় যে ৰাজহুৱা কাম বিভাগে ব্ৰিটিছ কোম্পানীসমূহৰ পৰা যোগাযোগ লাভ কৰি থাকে। তেওঁলোকে ১০০ বছৰৰ ওপৰৰ কিছুমান দলং আৰু যান-বাহনৰ বাবে ব্যৱহাৰ কৰিব নালাগে বুলি বিপদ সংকেট প্ৰদান কৰিছে। ইয়াৰ পিছতো চৰকাৰৰ অৱহেলা, নিৰ্মাণৰ মানদণ্ডৰ আপাত অৱনতিৰ বাবে দুখ প্ৰকাশ কৰে আৰু নিৰ্মান কাৰ্য উন্নত কৰাৰ বাবে আধুনিক নিৰ্মাণ কৌশল গ্ৰহণৰ পোষকতা কৰে। তেওঁ কেৱল বয়সৰ ওপৰত ভিত্তি কৰি গাঁথনি পুনৰ নিৰ্মাণৰ পৰামৰ্শ দিয়া পি ডব্লিউ ডিৰ বিষয়াসকলৰ মনোভাৱক সমালোচনা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm
ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd