• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অমিত শ্বাহে শ্বহীদক কৰিলে চূড়ান্ত অপমান; সকীয়নি দিলে লুৰীণজ্যোতি গগৈয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 27, 2020 7:18 pm
index

অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে তেওঁৰ বক্তব্যত অসমৰ জাতীয় জীৱনৰ শ্বহীদসকলক চূড়ান্ত অপমান কৰিলে বুলি দাবী কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

দেওবাৰে পানবজাৰস্থিত হোটেল প্ৰাগ কন্টিনেন্টেলত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ প্ৰথমখন কাৰ্য্যনিৰ্বাহক বৈঠকৰ পাছতে সংবাদমাধ্যমৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লুৰীণে।

Apply Now

তেওঁ কয়, ‘গণতান্ত্ৰিক ব্যৱস্থাত গণ আন্দোলনৰ ধাৰা বা ভুমিকাক চূড়ান্তভাৱে নস্যাৎ কৰি আনকি স্বাধীনতা আন্দোলনকো তেওঁ ভয়ংকৰভাৱে ইতিকিং কৰিছে।‘

তদুপৰি, ‘জাতীয় জীৱনৰ বাবে প্ৰাণ ত্যাগ কৰা শ্বহীদক চুড়ান্ত উপলুঙা বা ইতিকিং কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক’ বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘ই অত্যন্ত অশোভনীয় আৰু ইয়াক কঠোৰ ভাষাৰে গৰিহনা দিছো। ভাৰতবৰ্ষৰ দৰে ৰাষ্ট্ৰত গণ সংগ্ৰামৰ মূল্য সদায় থাকিব।‘

ফেচিষ্ট আৰু স্বৈৰাচাৰী মানসিকতাৰ ব্যক্তিৰ মুখতহে এনেধৰণৰ মন্তব্যবোৰ প্ৰকাশ পায় বুলি লুৰীণে দাবী কৰে।

ইপিনে, অসমৰ নিৰ্বাচনৰ সময়ত বিজেপিয়ে জনসাধাৰণক যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেয়া বৰ্তমানো পূৰণ নকৰিলে বুলি অভিযোগ তুলি লুৰীণে লগতে কয়, ‘অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত সাংবিধানিক সুৰক্ষা কবচ দিম বুলি প্ৰতিশ্ৰুতি দিও পূৰণ কৰিব নোৱাৰিলে বাবে সেই সন্দৰ্ভত কালি টু শব্দও ক’ব নোৱাৰিলে অমিত শ্বাহে। এই কথাই অসমৰ জনগণৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাৰ অভাৱকে প্ৰমাণিত কৰিছে।‘

আনহাতে, অমিত শ্বাহে কালি শ্বহীদক লৈ কৰা মন্তব্য ভৱিষ্যতে নকৰিবলৈ সকীয়াই দি লুৰীণে লগতে কয়, ‘শ্বহীদৰ প্ৰতি যাতে অপমানসূচক মন্তব্য ভৱিষ্যতে নিদিয়ে তাৰ বাবে তেওঁলোকক সকীয়াই দিছো।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd