• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰ হ’লে নিৱনুৱা যুৱক-যুৱতীক মাহিলি ৫ৰপৰা ১০ হাজাৰ ধন দিব এজেপি-এ; ঘোষণা সভাপতি লুৰীণৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 28, 2020 6:33 pm
index.jpgm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নকৈ গঠিত অসম জাতীয় পৰিষদ পূৰ্ণাংগ সমিতি গঠনৰ পিছত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে আজি প্ৰথমবাৰ সংবাদমেল সম্বোধন কৰে।

মহানগৰীৰ প্ৰাগ কণ্টিনেনটেলত সম্বোধন কৰা সংবাদ মেলত সভাপতি গগৈয়ে কয় যে ২০১৯ আৰু ২০২০ বৰ্ষটো অসমৰ বাবে অতি ভয়াৱহ বৰ্ষ আছিল।

Apply Now

২০২১ চনৰ নিৰ্বাচনলৈ ৰণডংকা বজাই দলটোৱে সংবাদ মেলৰ যোগেদি নিৰ্বাচনী টোপ দিয়াৰো চেষ্টা কৰা পৰিলক্ষিত হয়।

২০২১ত অসমৰ জনগণে নতুন চিন্তাৰে সমাজখনক আগবঢ়াই লৈ যাব বুলি দাবী কৰি এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ‘আমি ঘৰে ঘৰে আমি, ঘৰে ঘৰে উপাৰ্জন’ শ্লোগানেৰে আগবাঢ়ি যাম বুলিও অংগীকাৰ কৰে।

২০২১ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি লুৰীণে লগতে কয় যে নৱপ্ৰজন্মক ইয়াত অন্তৰ্ভূক্ত কৰিবলৈ কৰ্মসূচী তৈয়াৰ কৰা হ’ব।

লুৰীণৰ দাবী কৰে যে অসম জাতীয় পৰিষদৰ চৰকাৰ হ’লে প্ৰতিজন নিবনুৱা যুৱৰক-যুৱতীক ৫ হাজাৰ আৰু কাৰিকৰী শিক্ষা থকা যুৱক-যুৱতীক মাহিলি ১০ হাজাৰকৈ টকা প্ৰদান কৰা হ’ব।

সভাপতি গগৈৰ মতে ২০২১ বৰ্ষটো অসমৰ আধিপত্য স্থাপনৰ বৰ্ষ হ’ব, অধিকাৰ সাব্যস্তৰ বৰ্ষ হ’ব বুলি দাবী কৰি ৰাষ্ট্ৰীয়তাবাদী শক্তিক উৎখাত কৰাৰ বৰ্ষ হ’ব বুলিও মন্তব্য কৰে।

‘কা’ জাপি দিয়াৰ বাবে অসমৰ মানুহে ৰাজনৈতিক অধিকাৰক লৈ চিন্তিত হৈছে বুলি মন্তব্য কৰে সভাপতি লুৰীণজ্যোতি গগৈয়ে।

ইফালে আমিনগাঁৱত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বিতৰ্কিত মন্তব্য কৰা বুলি দাবী কৰি সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে পুনৰবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীক কাষত বহুৱাই অসমৰ ছহিদৰ ত্যাগক অপমান কৰিলে। ছহিদক অপমান কৰা বুলি কৈ গৰিহণা দি কেন্দ্ৰীয় গৃহমন্ত্ৰীক পুনৰ ছহিদক অপমান নকৰিবলৈ সকিয়নী দিয়ে সভাপতি লুৰীণে।

ইফালে কা কোনোপধ্যে অসমত বলৱৎ কৰিবলৈ দিয়া নহ’ব বুলি পুনৰ দৃঢ়তাৰে দোহাৰি বিজেপিয়ে যি ধৰ্মীয় মেৰুকৰণ কৰাৰ চেষ্টা কৰিছে সেয়া যিকোনো মূল্যৰ বিনিয়মত প্ৰতিহত কৰা হ’ব বুলি কয় তেওঁ।

ইফালে গৃহমন্ত্ৰীয়ে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰণ সন্দৰ্ভত একো মন্তব্য নকৰিলে বুলি মন্তব্য কৰি অসমৰ প্ৰতি দিল্লীৰ যে দৃষ্টিভংগী সলনি হোৱা নাই এয়াই প্ৰমাণ বুলিও তেওঁ অভিহিত কৰে।

ইফালে বিজেপি চৰকাৰে ভোটকেন্দ্ৰিক ৰাজনীতি আৰম্ভ কৰা বুলি দাবী কৰি কয় যে নিৰ্বাচন চমু চাপি অহাৰ বাবে সত্ৰ, নামঘৰলৈ অনুদান আগবঢ়াইছে চৰকাৰে৷

অসম জাতীয় পৰিষদে বানপানী, গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰিব বুলি দাবী কৰে সভাপতি লুৰীণে।

দুৰ্নীতি, অপশাসন, দূৰ কৰা, পৰীক্ষা সুকলমে অনুস্থিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও দাবী কৰিলে নেতাগৰাকীয়ে।

ইফালে ভোট বিভাজনেৰে বিজেপি, কংগ্ৰেছ আৰু এআইয়ুডিএফে যাতে লাভাৱম্বিত হ’ব নোৱাৰে অসমৰ জাতীয়তাবাদী শিবিৰক একত্ৰিত কৰা হ’ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে এজেপিৰ সভাপতিগৰাকীয়ে।

ইয়াৰ ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰে ২০২১ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইংগিত প্ৰদান কৰে নেতাগৰাকীয়ে।

২০২১ৰ নিৰ্বাচনক স্বাভিমানী হৈ নিজ আত্মপ্ৰতিষ্ঠা কৰাৰ সভ্যতাৰ যুঁজ হ’ব বুলিও দাবী কৰে সভাপতি লুৰীণজ্যোতি গগৈয়ে।

আজিৰ সংবাদ মেলত অসম জাতীয় পৰিষদৰ উপ সভাপতি অদীপ কুমাৰ ফুকন, সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু বসন্ত ডেকাও উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd