• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কত অসম জাতীয় পৰিষদৰ ৰণডংকা; আঞ্চলিকতাবাদৰ ধাৰাত নতুন দিগন্তৰ সুচনা!

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , December 17, 2020 3:44 pm

1 min read

Screenshot_2020-12-17-14-53-31_1

ফটো: নৰ্থইষ্ট নাও

1.5k
VIEWS
Share on FacebookShare on Twitter

আজি শিৱসাগৰত অনুষ্ঠিত হৈছে অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তন। ৰাজ্যৰ প্ৰায়বোৰ সমষ্টিৰ পৰা শিৱসাগৰলৈ আহিছে হাজাৰ হাজাৰ সমৰ্থক।

যোৰহাট জিলাৰ টীয়ক সমষ্টিও ইয়াৰ ব্যতিক্ৰম নহয়। সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দেৰ সহস্ৰাধিক পুৰুষ মহিলা যুৱক-যুৱতী সমৰ্থকে টীয়কৰ পৰা শিৱসাগৰ অভিমুখে ৰেলী কৰি দলীয় শক্তি প্ৰদৰ্শন কৰে।

টীয়কৰ অন্যতম সমাজকৰ্মী প্ৰতাপ শইকীয়াৰ নেতৃত্বত বাহিৰ হোৱা এই ৰেলীটো প্ৰথমে টীয়ক কলিয়াপানীৰ পৰা ভগামুখস্থিত সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱাৰ সমাধি ক্ষেত্ৰত উপস্থিত হৈ বন্তি প্ৰজ্বলন কৰি  প্ৰতিমুৰ্তিত গামোচা পিন্ধাই আঞ্চলিকতাবাদৰ ধাৰাত নতুন দিগন্ত সুচনা কৰিবলৈ সংকল্পবদ্ধ হয়।

লগতে অগপই গাডী দখলৰ স্বাৰ্থত ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিৰ লগত মিতিৰালি কৰি আঞ্চলিকতাবাদত যি কালিমা সানিছে তাক তীব্ৰ ভাষাৰে গৰিহণা দি জাতীয় পৰিষদে অনাগত দিনত প্ৰকৃত আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰি অসম আৰু অসমীয়াৰ স্বাৰ্থত সদায় মাত মাতি যাব বুলি মন্তব্য কৰিছে সমৰ্থকসকলে।

উল্লেখযোগ্য যে টীয়ক সমষ্টিৰ বিভিন্ন ৰাজনৈতিক দলৰ বহু নেতা-পালিনেতা আজি আনুষ্ঠানিকভাৱে এ জে পি দলত যোগদান কৰিব বুলি জানিব পৰা গৈছে।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd