• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩টা বিশেষ দাবীত ২৬ জানুৱাৰিৰ পৰা যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 21, 2019 4:30 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন, দ্বি-নাগৰিকত্ব আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে এলানী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি গুৱাহাটীত এক সংবামেল সম্বোধন কৰি যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে এই ঘোষণা কৰে।

ইয়াৰ অন্তৰ্গত সংগঠনটোৱে ২৬ জানুৱাৰিত গণৰাজ্য দিৱসৰ দিনা ৰাজ্যৰ গাঁৱে-ভূঞে সচেতনতা বৃদ্ধিৰ বাবে পদযাত্ৰা কৰাৰ লগতে একেই দাবীত ৩০ জানুৱাৰিত ৰাজ্যজুৰি গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী আৰু ৭ ফেব্ৰুৱাৰিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰেল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব।

Apply Now

আজিৰ সংবাদমেলত পলাশ চাংমায়ে কয়, ‘অসমত দ্বি-নাগৰিকত্ব আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৪০ বছৰধৰি আন্দোলন কৰি আহিছে। আজিৰ ৰাজ্যখনৰ পৰিস্থিতিত আমাৰ এই দাবী এতিয়া প্ৰাসংগিক হৈ পৰিছে।’

আনহাতে বিধানসভাৰ আগন্তুক বাজেট অধিবেশনত অগপক বিৰোধীৰ সবল ভূমিকা লৈ সকলো বিৰোধী দলক একত্ৰিত কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিধানসভাত এক প্ৰস্তাৱ গ্ৰহণৰ বাবে হেচা প্ৰয়োগৰ বাবেও তেওঁ আহ্বান জনায়।

চাংমায়ে লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাগৰিকত্ব সংশোধনী বিধেয়ক সপক্ষে স্থিতি স্পষ্ট কৰাৰ কাৰ্যক ধিক্কাৰ দি কয়,
‘সৰ্বানন্দ সোণোৱাল যে এজন প্ৰকৃততে চূড়ান্ত ক্ষমতালোভী আৰু দিল্লীৰ ওচৰত আঠু লোৱা নেতা তেওঁৰ স্থিতিয়ে সেয়া স্পষ্ট কৰিলে।’

ইয়াৰ উপৰি ৬ জনগোষ্ঠীৰ জনজাতিকৰন বিজেপি চৰকাৰৰ আভূৱা আখ্যাৰে ইয়াৰ বাবে গঠন কৰি দিয়া মন্ত্ৰীগোটৰ সমিতিখনে ‍ৰাজ্যসভাৰ অধিবেশনৰ দুদিন পাছতহে প্ৰতিবেদন দাখিল কৰাৰ বাবে দিন ঠিক কৰা বিষয়টোত তেওঁ সন্দেহ প্ৰকাশ কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd