• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিশ্বনাথ ঘাটত অভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা পুনৰ আৰম্ভ কৰাৰ দাবী AJYCPৰ

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , June 19, 2020 6:10 pm

1 min read

বিশ্বনাথ ঘাটত অভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা পুনৰ আৰম্ভ কৰাৰ দাবী AJYCPৰ
3.3k
VIEWS
Share on FacebookShare on Twitter

বৃটিছ আমোলৰ দিনৰ পৰাই বিশ্বনাথ ঘাটত অভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা আছিল। এই ব্যৱস্থাই অঞ্চলটোৰ যাতায়তকে ধৰি ব্যৱসায় বানিজ্য ক্ষেত্ৰলৈকে যথেষ্ট অৱদান আগবঢ়াছিল।

১৯৭০ চনত বিশ্বনাথ ঘাটৰ পৰা শিলঘাটলৈ আৰাম্ভ কৰা এই অভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা ১৯৭১ চনত চৰকাৰে বন্ধ কৰি দিয়াৰ পিছত আজিলৈকে জলপথটো পুনৰ কাৰ্য্যক্ষম কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল।

বিশ্বনাথ ঘাটত অভ্যন্তৰীণ জল পৰিবহণ বিভাগটো বিশ্বনাথ চাৰিআলিত পুনৰ কাৰ্য্যক্ষম কৰাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ তৰফৰ পৰা অসমৰ জল পৰিবহণ বিভাগৰ অধক্ষলৈ বিশ্বনাথৰ উপায়ুক্তৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়।

এই জলপথটো পুনৰ কাৰ্য্যক্ষম হ’লে বিশ্বনাথ ঘাট ব্যৱসায় বানিজ্যৰ এক কেন্দ্ৰস্থল হৈ উঠিব আৰু অসমৰ পৰ্যটনৰ মানচিত্ৰত এক নতুন সংযোগ হ’ব, ইয়াৰ সমান্তৰালভাৱে স্থানীয় যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থানৰ নতুন পথ মুকলি হ’ব।

আজিৰ স্মাৰকপত্ৰ প্ৰদান কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে AJYCPৰ বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক দিগন্ত বৰুৱা, উপ-সভাপতিদ্বয় ক্ৰমে অমৰজ্যোতি বৰা, প্ৰিয়াংকু ডেকা, যুতিয়া সম্পাদকদ্বয় ক্ৰমে বিশ্বজিৎ দাস আৰু নিহাৰ শইকীয়াই।

Recent News

index.jpga

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা কাজিৰঙাৰ এনিমেল কৰিড’ৰৰ আৱৰ্জনা পৰিষ্কাৰ

images

গাঁওখনৰ প্ৰায় কোনোৱে কাণেৰে নুশুনে, ইংগিতেৰে কথা কয়! চাওক ক’ত আছে এইখন গাঁও

Farhan Majid

মাত্ৰ ২০ বছৰ বয়সতে সন্ত্ৰাসজৰ্জৰিত কাশ্মীৰী যুৱকৰ কণিষ্ঠতম পাইলট হোৱাৰ যোগত্য লাভ

IMG-20210116-WA0015

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে নগাঁৱতো আজি আৰম্ভ হ’ল কৰ’না মহামাৰীৰ টীকাকৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd