• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজনৈতিক দল নহয়, ‘কা’ বাতিলহে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মূল লক্ষ্য : পলাশ চাংমাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 2, 2020 8:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন কোনো ‘ৰাজনৈতিক বিকল্প’ সৃষ্টি নকৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। দেওবাৰে মানগৰীৰ হোটেল অলংকাৰত অনুষ্ঠিত কাৰ্য্য নিৰ্বাহকত এই সিদ্ধান্ত গ্ৰহণ কৰে সংগঠনটোৱে। তেওঁলোকৰ এই সিদ্ধান্ত চুড়ান্ত বুলি মন্তব্য কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে।

‘ৰাজনৈতিক বিকল্প’তকৈ কা বিৰোধী আন্দোলনতহে সংগঠনটোৱে গুৰুত্ব আৰোপ কৰিব বুলিও চাংমাইয়ে সদৰী কৰে।

Apply Now

‘অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাম্প্ৰতিক সময়ত কোনো ৰাজনৈতিক দল খোলাৰ চিন্তা চৰ্চা কৰাৰ পৰিৱৰ্তে ‘কা’ৰ বিৰুদ্ধে তীব্ৰতৰ আন্দোলন গঢ়ি তুলি ইয়াক বাতিল কৰাটোহে প্ৰধান লক্ষ্য। পৰিষদে কোনো কাৰণতে সংসদীয় আৰু সক্ৰিয় ৰাজনীতি নকৰে। এয়া চুড়ান্ত সিদ্ধান্ত হিচাপে গ্ৰহণ কৰা হৈছে।‘ বৈঠকৰ অন্তত এক সংবাদমেল সম্বোধন কৰি চাংমাইয়ে কয়।

ইপিনে, কিছুদিনৰ পৰা ৰাজ্যত ‘কা’ বিৰোধী আন্দোলন স্তিমিত হোৱাৰ প্ৰসংগ উত্থাপন কৰি চাংমাইয়ে কয় ‘অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে যিখন সংগ্ৰাম সেই সংগ্ৰামখন স্তিমিত হৈছে নেকি? তেনে এক প্ৰশ্নৰ অৱতাৰণা অসমৰ প্ৰেক্ষাপটট উত্থাপিত নোহোৱা নহয়। তেনেক্ষেত্ৰত আমি ঐক্যবদ্ধ সংগ্ৰাম চলাই নিবলৈ বদ্ধপৰিকৰ। ‘কা’ বিৰোধী স্থিতিত থকা জাতি-জনগোষ্ঠীয় সকলো দল সংগঠনক লগত লৈ একত্ৰিতভাৱে আন্দোলন চলাই নিবলৈ কাৰ্য্য নিৰ্বাহক বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।‘

আজিৰ কাৰ্য্যনিৰ্বাহক বৈঠকত আলোচিত অন্য এক প্ৰসংগ উত্থাপন কৰি সংবাদমেলত তেওঁ কয় ‘ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত আলোচনা নোহোৱা পৰ্য্যন্ত টোলগেট মুকলি নহয় বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু আলোচনা নকৰি মুকলি কৰাটো গণতন্ত্ৰ বিৰোধী। ৰহা টোলগেটে টোলগেটৰ নীতি ভংগ কৰিছে। গতিকে এই টোলগেট মুকলি কৰাটো কোনোপধ্যে মানি লোৱা নহ’ব আৰু ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি কাৰ্য্যনিৰ্বাহক সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়।‘

ইপিনে, অহা ১৫ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’বলগীয়া ফ্লিমফেয়াৰ এৱাৰ্ড অনুষ্ঠান সন্দৰ্ভতো সংবাদমেলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চাংমাইয়ে। চৰকাৰে ৰাজকোষৰ পৰা ৩০ কোটি টকা টাইমছ অৱ ইণ্ডিয়া গ্ৰুপক দিয়া কথাটোৰ বিৰোধিতা কৰে চাংমাইয়ে।

তেওঁ কয় ‘বানপানীৰ সময়ত মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি দিবলৈ জনসাধাৰণক আহ্বান জনাইছিল। এইখন অসমতে এনে বহু প্ৰকল্প আছে, মানুহৰ জীৱনৰ লগত জৰিত বহু প্ৰকল্পই বন্ধ হৈ আছে। কেৱল মাত্ৰ মনোৰঞ্জনৰ বাবে অসমত এনেবোৰ অনুষ্ঠান আয়োজন কৰিলে জনসাধাৰণৰ মৌলিক সমস্যাসমূহ সমাধান নহয়।  সেয়েহে এই ফ্লিম ফেয়াৰক লৈ সন্তুষ্ট নহয়। ফ্লিমফেয়াৰৰ নামত ৰাজভড়ালৰ ধন খৰচ কৰাত আমি ঘোৰ বিৰোধী।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd