• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অখিল-বিমলৰ বন্ধুত্ব! ৰাজনীতিৰ পাকচক্ৰত বন্ধুত্বই ল’লে বৈৰী ৰূপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 1, 2025 1:24 pm
72
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামাজিক মাধ্যম ফেচবুকত মন্ত্ৰী বিমল বৰাই ৰাজহুৱা পত্ৰ লিখিলে একালৰ সহপাঠী তথা বৰ্তমানৰ বিধায়ক অখিল গগৈলৈ। ঘৰুৱা ভাষাৰেই লিখা এই চিঠিখনত অখিল গগৈৰ ছাত্ৰাৱস্থাৰ কথা কৈ সমালোচনাৰে থকা-সৰকা কৰিলে মন্ত্ৰী বিমল বৰাই।

কটন কলেজত ছাত্ৰ ৰাজনীতি কৰাৰ সময়ত নিৰ্বাচনত জয়ী হ’বলৈ সমুজ্জ্বল ভট্টাচাৰ্য তথা সদৌ অসম ছাত্ৰ সন্থাৰ কাষ চাপিছিল অখিল গগৈয়ে। পিছত আছুক প্ৰতাৰণা কৰিছিল অখিল গগৈয়ে। এই অভিযোগ মন্ত্ৰী বিমল বৰাৰ।

Apply Now

মন্ত্ৰী বিমল বৰাৰ ফেচবুক পোষ্টটো তলত হুবহু তুলি দিয়া হ’ল –

অ’ই অখিল..(Akhil Gogoi মাননীয় বিধায়ক, শিৱসাগৰ বিধান সভা সমষ্টি) (মোৰ সহপাঠী বন্ধু)

অসমখনত বহুত জনা-বুজা লোক আছে।

মই জেবি কলেজৰ সাধাৰণ সম্পাদক হৈ থাকোতে তই কটনৰ আলোচনী সম্পাদক হ’বলৈ আছুৰ সমৰ্থন পাবলৈ মোক খাটনি জুৰিছিলি..

তেতিয়া মোক কৈছিলি সমুজ্জ্বলদাক এবাৰ কৈ দে… মোক Support কৰি দিবলৈ…মই তেতিয়া কৈছিলো মোক কথা দে যে তই আছুক গাদ্দাৰী নকৰো বুলি…তই কথা দিছিলি ..

(কাৰণ সেই সময়ত যিয়েই আছুৰ সমৰ্থনত মহাবিদ্যালয়ৰ নিৰ্বাচনত জয়ী হয় …পৰৱৰ্তী সময়ত কংগ্ৰেছে টকাৰ বিনিময়ত ক্ৰয় কৰি লৈ যায়)

মোৰ সহপাঠী হোৱাৰ সুবাদতে তোক সমৰ্থন দিবলৈ মই সমুজ্জ্বলদাক কাবৌ কোকালি কৰিছিলো..

যদিও তই বাওঁপন্থীৰ শ্ৰুতলিপিত ইতিমধ্যেই চলা আৰম্ভ কৰিছিলি… কংগ্ৰেছক প্ৰতিহত কৰিবলৈকে তোক আছুয়ে কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সহায় কৰিছিল।

কাৰণ আছুৱে তোক বাওঁপন্থী বুলি জনা নাছিল অথবা ময়ো তই বাওঁপন্থীৰ শিৱিৰত যোগ দিছিলি বুলি জনা নাছিলো।

পৰবৰ্তী নিৰ্বাচনত আছুৰ সমৰ্থনত তই সাধাৰণ সম্পাদক হ’লি।

আমাৰ (আছু) উদ্দেশ্য আছিল জাতিদ্ৰোহী কংগ্ৰেছক ছাত্ৰ ৰাজনীতিত প্ৰতিহত কৰা…

কিন্তু তই আজি কংগ্ৰেছৰ চুৱা চেলেকিবলৈ যেনেকে উদ্বাউল হৈ আছ..

তোৰ এই কাৰ্যকলাপ দেখি তোৰ সহপাঠী হিচাপে আজীৱন কংগ্ৰেছ বিৰোধী স্থিতিত থকা মই নিজেই লজ্জ্বা অনুভৱ কৰিছো।
কাৰণ যি কংগ্ৰেছে ধৰ্মৰ নামত আমাৰ দেশ বিভাজন (১৯৪৭)কৰিলে…হিন্দুস্তান -পাকিস্তান

যি কংগ্ৰেছে চীনা আক্ৰমণৰ সময়ত (১৯৬২)অসমৰ জনসাধাৰণক ৰক্ষা কৰিব নোৱাৰি তেতিয়াৰ কংগ্ৰেছৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে কৈছিল My heart goes to the people of Assam…

যি কংগ্ৰেছে  Grow More Food আঁচনিৰে তেতিয়াৰ পূৱ পাকিস্তান (বৰ্তমানৰ বাংলেদেশ)ৰ মৈমনসিঙিয়া মিয়া আনি অসমত সংস্থাপিত কৰিছিল

যি কংগ্ৰেছে  মিয়াৰ আগ্ৰাসানৰ পৰা অসমক ৰক্ষা কৰিবলৈ অসমীয়া ৰাইজে কৰা ছবছৰীয়া অসম আন্দোলনত অংশ গ্ৰহণ কৰা ৮৫৫ লোকক হত্যা কৰিছিল… হাজাৰ হাজাৰ অসমীয়া জীয়ৰী বোৱাৰীক যৌন নিৰ্যাতন চলাই ধৰ্ষিতা কৰাইছিল… হাজাৰ হাজাৰ লোকক পংগুত্বৰ জীৱন আঁকোৱালি লবলৈ বাধ্য কৰাইছিল…

যি কংগ্ৰেছে  হাজাৰ হাজাৰ অসমীয়া যুৱকৰ গুপ্তহত্যা কৰিছিল

যি কংগ্ৰেছে  ২০০১ চনৰ পৰা ২০১৫ চনলৈকে অসম শাসন কৰা সময়ছোৱাত সাধাৰণ এটা চৰকাৰী চাকৰি পাবলৈ শিক্ষিত যুৱক-যুৱতীক লাখ লাখ টকাৰ উপঢৌকন দিবলৈ বাধ্য কৰাইছিল… APSC ৰ দৰে সংস্থাক ভূ-লুণ্ঠিত কৰিছিল…

যি কংগ্ৰেছে  ভাৰত ৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱক ভাৰত ৰত্ন প্ৰদানৰ সময়ত বিৰোধিতা কৰিছিল..

যি কংগ্ৰেছে অসমত Semiconductor স্থাপনৰ বিৰোধিতা কৰিছে..

সেই কংগ্ৰেছৰ দয়াৰ পাত্ৰ হ’বলৈ তই ব্যাকুল হৈ অস্থিৰতা প্ৰদৰ্শন কৰা কাৰ্যত মই আশ্চৰ্যবোধ কৰিছো।

তই যেনেকুৱা আচৰণ প্ৰদৰ্শন কৰি আছ’… তই নাভৱিবি যে অসমখনত জনা-বুজা শিক্ষিত লোকৰ অভাৱ হৈছে…

অসমখনত বহুত জনা-বুজা লোক আছে…..

যদি অসমক ভাল পাৱ’ সঁচাকৈয়ে..

তোৰ এই মিয়া প্ৰীতি বন্ধ কৰ।

জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুক লৈ কৰা খেল খন বন্ধ কৰ,

কাৰণ তেওঁ Politics নকৰিবা বন্ধু বুলি গান এটাও লিখি থৈ গৈছে…

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

August 16, 2026 3:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd